History Page of IdeaID = 17485
HID Time By Action Applied To Set Value
370359 2016-12-05 06:05:35 Tapan K Sarma(তপন কুমাৰ শৰ্মা) Idea Submitted IdeaID=17485 M1=(18 July 1918 – 5 December 2013) A South African anti-apartheid revolutionary, politician, and philanthropist, who served as President of South Africa from 1994 to 1999. He was the country`s first black head of state and the first elected in a fully representative democratic election.
M2=দক্ষিণ আফ্ৰিকাৰ মুক্তি সংগ্ৰামৰ অবিসম্বাদী নেতা আৰু সুদীৰ্ঘ ২৭ বছৰ ধৰি কাৰাগাৰৰ ভিতৰত কাল কটোৱা ইতিহাস প্ৰসিদ্ধ কৃষ্ণাংগ বিপ্লৱী হ`ল নেলচন মেণ্ডেলা৷ ১৯৬৪ চনৰ ১২ জুনৰ দিনা দক্ষিণ আফ্ৰিকাৰ শ্বেতাংগ চৰকাৰে দেশদ্ৰোহিতাৰ গোচৰত তেওঁক যাৱজ্জীৱন কাৰাদণ্ড বিহিছিল যদিও সমগ্ৰ বিশ্বৰ জনমতক উপেক্ষা কৰিব নোৱাৰি ১৯৯১ চনৰ ১০ ফেব্ৰুৱাৰীত মুক্তি দিয়ে৷ ১৯৯৪ চনত দক্ষিণ আফ্ৰিকাৰ প্ৰথমটো সাধাৰণ নিৰ্বাচনত বিপুল ভোটাধিক্যত জয়লাভ কৰি তেওঁ ১০ মে`ত ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হয়৷ ১৯৯৯ চনলৈ তেওঁ ৰাষ্ট্ৰপতিৰ পদ চম্ভালে আৰু তাৰ পিছৰ পৰাই তেওঁ জনগণৰ সেৱাত আত্মোতসৰ্গা কৰে৷ ১৯৯৩ চনত তেওঁ শান্তিৰ ন`বেল বঁটা লাভ কৰিছিল৷ [ৰিংকু গোস্বামী]
PoS=31, Gen=M
370361 2016-12-05 06:05:35 Tapan K Sarma(তপন কুমাৰ শৰ্মা) Context Submitted IdeaID=17485 Personalities (2)
370365 2016-12-05 06:05:35 Tapan K Sarma(তপন কুমাৰ শৰ্মা) Idea-Word Mapping Submitted Map of IdeaID=17485 & Word ID=44688 নেলচন মেণ্ডেলা
370369 2016-12-05 06:05:35 Tapan K Sarma(তপন কুমাৰ শৰ্মা) Idea-Word Mapping Submitted Map of IdeaID=17485 & Word ID=19931 Nelson Mandela
370373 2016-12-05 06:05:35 Tapan K Sarma(তপন কুমাৰ শৰ্মা) Idea-Word Mapping Submitted Map of IdeaID=17485 & Word ID=19932 Nelson Rolihlahla Mandela
370377 2016-12-05 06:05:35 Tapan K Sarma(তপন কুমাৰ শৰ্মা) Idea-Word Mapping Submitted Map of IdeaID=17485 & Word ID=19933 Mandela
370360 2016-12-07 04:54:17 Bikram M Baruah Idea Added IdeaID=17485 M1=(18 July 1918 – 5 December 2013) A South African anti-apartheid revolutionary, politician, and philanthropist, who served as President of South Africa from 1994 to 1999. He was the country`s first black head of state and the first elected in a fully representative democratic election.
M2=দক্ষিণ আফ্ৰিকাৰ মুক্তি সংগ্ৰামৰ অবিসম্বাদী নেতা আৰু সুদীৰ্ঘ ২৭ বছৰ ধৰি কাৰাগাৰৰ ভিতৰত কাল কটোৱা ইতিহাস প্ৰসিদ্ধ কৃষ্ণাংগ বিপ্লৱী হ`ল নেলচন মেণ্ডেলা৷ ১৯৬৪ চনৰ ১২ জুনৰ দিনা দক্ষিণ আফ্ৰিকাৰ শ্বেতাংগ চৰকাৰে দেশদ্ৰোহিতাৰ গোচৰত তেওঁক যাৱজ্জীৱন কাৰাদণ্ড বিহিছিল যদিও সমগ্ৰ বিশ্বৰ জনমতক উপেক্ষা কৰিব নোৱাৰি ১৯৯১ চনৰ ১০ ফেব্ৰুৱাৰীত মুক্তি দিয়ে৷ ১৯৯৪ চনত দক্ষিণ আফ্ৰিকাৰ প্ৰথমটো সাধাৰণ নিৰ্বাচনত বিপুল ভোটাধিক্যত জয়লাভ কৰি তেওঁ ১০ মে`ত ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হয়৷ ১৯৯৯ চনলৈ তেওঁ ৰাষ্ট্ৰপতিৰ পদ চম্ভালে আৰু তাৰ পিছৰ পৰাই তেওঁ জনগণৰ সেৱাত আত্মোতসৰ্গা কৰে৷ ১৯৯৩ চনত তেওঁ শান্তিৰ ন`বেল বঁটা লাভ কৰিছিল৷ [ৰিংকু গোস্বামী]
PoS=31, Gen=M
370362 2016-12-07 04:54:17 Bikram M Baruah Context Added IdeaID=17485 Personalities (2)
370366 2016-12-07 04:54:17 Bikram M Baruah Idea-Word Mapping Approved Map of IdeaID=17485 & Word ID=44688 নেলচন মেণ্ডেলা
370370 2016-12-07 04:54:17 Bikram M Baruah Idea-Word Mapping Approved Map of IdeaID=17485 & Word ID=19931 Nelson Mandela
370374 2016-12-07 04:54:17 Bikram M Baruah Idea-Word Mapping Approved Map of IdeaID=17485 & Word ID=19932 Nelson Rolihlahla Mandela
370378 2016-12-07 04:54:17 Bikram M Baruah Idea-Word Mapping Approved Map of IdeaID=17485 & Word ID=19933 Mandela
370490 2016-12-07 11:54:45 Tapan K Sarma(তপন কুমাৰ শৰ্মা) Photo Uploaded IdeaID=17485 Original Filename: IMG_20161207_222333_046.JPG
Size: 57.081 KB
370505 2016-12-08 12:06:09 Probodh Borah (প্ৰবোধ বৰা) Assamese Meaning Updated IdeaID=17485 দক্ষিণ আফ্ৰিকাৰ মুক্তি সংগ্ৰামৰ অবিসম্বাদী নেতা আৰু সুদীৰ্ঘ ২৭ বছৰ ধৰি কাৰাগাৰৰ ভিতৰত কাল কটোৱা ইতিহাস প্ৰসিদ্ধ কৃষ্ণাংগ বিপ্লৱী হ`ল নেলচন মেণ্ডেলা৷ ১৯৬৪ চনৰ ১২ জুনৰ দিনা দক্ষিণ আফ্ৰিকাৰ শ্বেতাংগ চৰকাৰে দেশদ্ৰোহিতাৰ গোচৰত তেওঁক যাৱজ্জীৱন কাৰাদণ্ড বিহিছিল যদিও সমগ্ৰ বিশ্বৰ জনমতক উপেক্ষা কৰিব নোৱাৰি ১৯৯১ চনৰ ১০ ফেব্ৰুৱাৰীত মুক্তি দিয়ে৷ ১৯৯৪ চনত দক্ষিণ আফ্ৰিকাৰ প্ৰথমটো সাধাৰণ নিৰ্বাচনত বিপুল ভোটাধিক্যত জয়লাভ কৰি তেওঁ ১০ মে`ত ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হয়৷ ১৯৯৯ চনলৈ তেওঁ ৰাষ্ট্ৰপতিৰ পদ চম্ভালে আৰু তাৰ পিছৰ পৰাই তেওঁ জনগণৰ সেৱাত আত্মোৎসৰ্গা কৰে৷ ১৯৯৩ চনত তেওঁ শান্তিৰ ন`বেল বঁটা লাভ কৰিছিল।
370506 2016-12-08 12:07:12 Probodh Borah (প্ৰবোধ বৰা) Assamese Meaning Updated IdeaID=17485 দক্ষিণ আফ্ৰিকাৰ মুক্তি সংগ্ৰামৰ এক অবিসম্বাদী নেতাসুদীৰ্ঘ ২৭ বছৰ ধৰি কাৰাগাৰৰ ভিতৰত কাল কটোৱা ইতিহাস প্ৰসিদ্ধ কৃষ্ণাংগ বিপ্লৱী হ`ল নেলচন মেণ্ডেলা৷ ১৯৬৪ চনৰ ১২ জুনৰ দিনা দক্ষিণ আফ্ৰিকাৰ শ্বেতাংগ চৰকাৰে দেশদ্ৰোহিতাৰ গোচৰত তেওঁক যাৱজ্জীৱন কাৰাদণ্ড বিহিছিল যদিও সমগ্ৰ বিশ্বৰ জনমতক উপেক্ষা কৰিব নোৱাৰি ১৯৯১ চনৰ ১০ ফেব্ৰুৱাৰীত মুক্তি দিয়ে৷ ১৯৯৪ চনত দক্ষিণ আফ্ৰিকাৰ প্ৰথমটো সাধাৰণ নিৰ্বাচনত বিপুল ভোটাধিক্যত জয়লাভ কৰি তেওঁ ১০ মে`ত ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হয়৷ ১৯৯৯ চনলৈ তেওঁ ৰাষ্ট্ৰপতিৰ পদ চম্ভালে আৰু তাৰ পিছৰ পৰাই তেওঁ জনগণৰ সেৱাত আত্মোৎসৰ্গা কৰে৷ ১৯৯৩ চনত তেওঁ শান্তিৰ ন`বেল বঁটা লাভ কৰিছিল।
370507 2016-12-08 12:11:52 Probodh Borah (প্ৰবোধ বৰা) Assamese Meaning Updated IdeaID=17485 দক্ষিণ আফ্ৰিকাৰ মুক্তি সংগ্ৰামৰ এক অবিসম্বাদী নেতা যি সুদীৰ্ঘ ২৭ বছৰ ধৰি কাৰাৰুদ্ধ জীৱন কটাবলগীয়া হৈছিল৷ ১৯৬৪ চনৰ ১২ জুনৰ দিনা দক্ষিণ আফ্ৰিকাৰ শ্বেতাংগ চৰকাৰে দেশদ্ৰোহিতাৰ গোচৰত তেওঁক যাৱজ্জীৱন কাৰাদণ্ড বিহিছিল। ১৯৯১ চনৰ ১০ ফেব্ৰুৱাৰীত তেওঁক দক্ষিণ আফ্ৰিকাৰ চৰকাৰে মুক্তি দিয়ে৷ ১৯৯৪ চনত দক্ষিণ আফ্ৰিকাৰ প্ৰথমটো সাধাৰণ নিৰ্বাচনত বিপুল ভোটাধিক্যত জয়লাভ কৰি তেওঁ ১০ মে`ত ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হয় আৰু ১৯৯৯ চনলৈকে তেওঁ ৰাষ্ট্ৰপতিৰ পদত কাৰ্য্যনিৰ্বাহ কৰে। ১৯৯৩ চনত তেওঁ শান্তিৰ ন`বেল বঁটা লাভ কৰে।