Lesson-0112 : Revision 3 : March 2011
Read the followings:
1. ভিনিহিটি তিনিটি সিকি দি চিনি চিনি মিচিৰি কিনিবি...কিনি খিৰিকিদি নিদিবি৷
2. অকণৰ ঘৰ নগৰত৷ নগৰত বৰ বৰ ঘৰ৷ নগৰত বৰ গৰম৷ গছৰ তলত অলপ নৰম৷ অকণ বৰ সহজ সৰল৷ শৰত অকণৰ লগৰ৷ শৰত বৰ নদন বদন৷ অকণ শৰতৰ বৰ মৰমৰ৷ শৰতৰ জনম মহৰমৰ সময়ত৷ শৰতৰ ঘৰ চহৰত৷ শৰতৰ ঘৰত নৰম নৰম বৰফৰ দম৷ চতৰ সময়ত গৰম বতৰত অকণৰ লগত হয় শৰতৰ দন৷ বয়সৰ ফলত হয় মৰমৰ দন৷ শৰতৰ ফলকত অকণৰ কলমৰ দম৷ শৰতৰ মনত কলৰ বল৷ অকণৰ গলধনত শৰতৰ চৰ৷ মৰমৰ অকণ হয় পৰ৷
3. কৰতল কমল কমলদত লয়ন ।
ভৱদৱ দহন গহন বন সয়ন ।
নপৰ নপৰ পৰ সততৰ গময় ।
সভয় মভয় বয় মমহৰ সততৰ ।
কৰতৰ ভৰশৰ শতদশ বদন ।
খগচৰ নগধৰ ফনধৰ সয়ন ।
জগদঘ মপহৰ ভৱবয় তৰন ।
পৰপদ লয়কৰ কমলজ লয়ল।
Same Sound Letters/Symbols:
Assamese Letters/Symbols | English Sound | Comments |
---|---|---|
ণ, ন | Like 'n' in 'no' | They have the same sound in Assamese |
স, শ, ষ | - | This sound does not exist in English or any of the major Indian Languages. The sound is somewhere between 'h' and 's'. |
জ, য | Like "j" in `jam` | They have the same sound in Assamese. |
Vowels:
অ | আ | ই | ঈ | উ | ঊ | ঋ | এ | ঐ | ও | ঔ |
- | া | ি | ী | ু | ূ | ৃ | ে | ৈ | ো | ৌ |
Consonants:
ক | খ | গ | ঘ | ঙ |
চ | ছ | জ | ঝ | ঞ |
ট | ঠ | ড | ঢ | ণ |
ত | থ | দ | ধ | ন |
প | ফ | ব | ভ | ম |
য | ৰ | ল | ৱ |
স | শ | ষ | হ |
ক্ষ | ড় | ঢ় | য় |
ৎ | ং | ঃ | ঁ |
Numbers:
১ | ২ | ৩ | ৪ | ৫ | ৬ | ৭ | ৮ | ৯ | ০ |