Assamese Grammar > rule-of-murdhanya-na >

ণ-ত্ব বিধি (Rule of Murdhanya Na)

 


(ক):ঋ,,ষ ৰ পিছত সদায় বহে । যেনে-ভূষণ,ব্যাকৰণ,তৰুণ,ঘৃণা,মৃণাল,ঋণ,আৱৰণ,আকৰ্ষণ আদি
(
যিহেতু ক্ষ=ক+ষ,গতিকে ক্ষৰ পিছত হলেও ;যেনে ক্ষণ,দক্ষিণা,ক্ষুণ্ণ,তীক্ষ্ণ আদি)
ব্যতিক্ৰম: কোনো শব্দত ঋ,,ষ ৰ পিছত যদি ণ/ন-ৰ সৈতে যুক্ত বৰ্ণ থাকে ,তেন্তে সেই যুক্ত বৰ্ণৰ ন/ণ টো সদায় হে হব । যেনে নৰেন্দ্ৰ,ৰন্ধ্ৰ,গ্ৰন্থ,প্ৰান্তিক আদি ।


(খ): কোনো শব্দত থকা ঋ,,ষ-ৰ পিছত যদি ক-বৰ্গ(ক/খ/গ/ঘ/ঙ),প-বৰ্গ(প/ফ/ব/ভ/ম) অথবা য/‌ৱ/য়/হ-এই বৰ্ণকেইটাৰ এটা নতুবা ততোধিক বৰ্ণ থাকে ,তেতিয়া শব্দটোত ৰ সলনি হে হব ।
উদাহৰণ:ৰঙীণ,অৰ্পণ,ৰমণী,আৰোহণ,নিৰূপণ(ৰ-ৰ পিছত প থকা সত্ত্বেও),উত্তৰায়ণ,অপৰাহ্ণ(ইয়াত হ+ন=হ্ন নহব),ৰামায়ণ,গৃহিণী,ব্ৰাহ্মণ(ৰ-ৰ পিছত একাধিক বৰ্ণ হো‌ৱা সত্ত্বেও),আক্ৰমণ,পৰি‌ৱহণ,ভ্ৰাম্যমাণ,শ্ৰা‌ৱণ আদি ।


বি.দ্ৰ.: ওপৰৰ সূত্ৰত কো‌ৱা বৰ্ণকেইটাৰ বাহিৰে ঋ,,ষ-পিছত অন্য বৰ্ণ থাকিলে হে হব ।যেনে-অৰ্জুন,প্ৰাৰ্থনা,কৰ্তন,ৰসনা,মূৰ্ধন্য,দৰ্শনাৰ্থী,মৰ্দন আদি ।


গ): ন-ৰে আৰম্ভ হো‌ৱা কোনো শব্দৰ আগত দু: (দুৰ্) উপসৰ্গ বা ৰ-যুক্ত আন কোনো শব্দ লাগিলে ন কিন্তু অপৰি‌ৱৰ্তিত হৈ থাকে ।যেনে- দুৰ্নাম,সৰ্বনাশ,অহৰ্নিশ,সৰ্বনাম,দুৰ্নীতি আদি।


কিন্তু প্ৰ,পৰা,পৰি,নিৰ্ উপসৰ্গ লগ লাগিলে ণ-ত্ব বিধি প্ৰযোজ্য হ’ব ,অৰ্থাৎ ‘ণ’হে হ’ব ।যেনে-প্ৰণাম,পৰিণতি,নিৰ্ণেয়,পৰিণাম,প্ৰণতি আদি ।


(আৰু আছে)..