Assamese: জলা (jo.la, IPA: zɔ.la)
Contexts: General
[Proper Adj. , Neuter] with lots of spice and chilly
বেছিকৈ মছলা আৰু জলকীয়া থকা
[IdeaID=334] Contributed By: Webmaster (2006-03-17 21:54:53)
Synonyms and Equivalent Words:
English: hot (ˈhɑt;হট),
Assamese: No more words.
Khasi: sat,
Meeteilon: Lumbu lumbu shaba,
Dimasa: sahbi
Related Idea:
No data found
Technical Words / পৰিভাষা :
Reference: অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা. Voluntary Contributions by few members of Facebook groups - 'Axomiyat Kotha Botora' and 'Assamese Wiki Society' ফেচবুকৰ 'অসমীয়াত কথা-বতৰা' আৰু 'অসমীয়া ৱিকি সমাজ' গোটৰ কিছু সদস্যৰ স্বেচ্ছামূলক অৱদান৷ Disclaimer: These words and their spellings are still being reviewed.
English Assamese Contributed By Comments
Anti-Rabid Treatment প্ৰত্যাৰ্লক চিকিৎসা,জলাতংক নিবাৰক চিকিৎসা Pankaj Neog 2012-06-11 06:31:28
TWID=941
Bench ন্যায়ালয়,ন্যায়াধিকৰণ,এজলাছ,আসন Pankaj Neog 2012-06-11 06:31:34
TWID=2241


Idioms / ফকৰা-যোজনা :
Idiom Contributed By Comments
বেজীৰ জলা মনা, কুঠাৰৰ জলা নমনা Rupankar Mahanta 2008-03-19 21:56:15
FJID=87
ছোৱালীৰ চিকণ যোগী, গাইৰ চিকণ মুগী; ডাইলৰ চিকণ মাটি, শয়নৰ চিকণ পাটি; টেঙাৰ চিকণ ঔ, মাছৰ চিকণ ৰৌ; সমন্ধৰ চিকণ বৌ, বাচনৰ চিকণ টৌ; শাকৰ চিকণ লাই, মুদ্ৰাৰ চিকণ পাই; জলাৰ চিকণ আদা, চেনেহৰ চিকণ দাদা; কথাৰ চিকণ ৰস, চাকৰৰ চিকণ বশ; ফলৰ চিকণ কল, হোঁকাৰ চিকণ নল; মুখৰ চিকণ গুৱা, টোপনিৰ চিকণ পুৱা; পানীৰ চিকণ পানীপৰুৱা, মাছৰ চিকণ মোৱা; বিয়াৰ চিকণ বৰকইনা, হোমৰ চিকণ ধোঁৱা ৷ Rupankar Mahanta 2009-12-17 06:53:38
FJID=238
সাগৰত আছিল পঞ্চ জলাশঙ্খ, নেগুৰীয়া শামুকে ক’লে ময়ো তাৰে বংশ Probodh Borah (প্ৰবোধ বৰা) 2010-11-04 17:56:18
FJID=438