Assamese: মিতভাষ (mit.bhax, IPA: mit.bʰax)
Contexts: General
[Common Noun , Common] It is an unique form of creative writing, introduced to Assamese literature by Dr. Nagen Saikia . They are neither proses nor poetries. It is a compact form of creative writing, compact by use and choice of words and frequent use of imagery . The subject usually deals with human psychology and human nature.
ডঃ নগেন শইকীয়া দেৱে পোনপ্ৰথম বাৰৰ বাবে অসমীয়া সাহিত্যত সংযোজন কৰা এবিধ নতুন শ্ৰেণীৰ সৃষ্টিশীল লিখনি | গদ্য আৰু কবিতাৰ(কথা কবিতাৰ দৰে)সংমিশ্ৰিত,অসমীয়া সাহিত্যৰ এটি নতুন ধাৰা | সাহিত্য সমালোচক সকলে মিতভাষক গদ্য আৰু পদ্য কোনোটো শ্ৰেণীতেই অন্তৰ্ভুক্ত কৰা নাই | চিত্ৰকল্পৰ সঘন প্ৰয়োগ আৰু শব্দৰ মিতব্যয়ী ব্যৱহাৰেৰে মানুহৰ মনোজগতৰ বৰ্ণন এই শ্ৰেণীৰ সৃষ্টিশীল লিখনিৰ বৈশিষ্ট্য |
[IdeaID=7546] Contributed By: Pankaj Borah (পঙ্কজ বৰা) (2008-05-28 07:57:15)
Synonyms and Equivalent Words:
Assamese:
Related Idea:
No data found