Xobdo Audio Studio

ৰাইজে নখ জোকাৰিলে নৈ বয়৷ ৰাইজৰ দ্বাৰা, ৰাইজৰ হকে আৰু ৰাইজেৰে গঠিত৷ - এই দুই চিন্তাধাৰাৰ আধাৰত গঠিত 'শব্দ'ই আজি আন এটি অতি গুৰুত্বপূৰ্ণ পদক্ষেপ ল’বলৈ আগবাঢ়িছে - অসমীয়া ভাষাৰ শব্দবোৰৰ উচ্চাৰণ বাণীবদ্ধকৰণ৷ ইয়াত আপোনালোক সকলোৰে সহযোগিতা কামনা কৰিলোঁ৷ আপোনালোক প্ৰতিজনৰে সহযোগিতাৰ অবিহনে ভাষা জননীৰ নিমিত্তে আগবঢ়াব খোজা এই নগণ্য সেৱা সফল হ’ব নোৱাৰে৷ আহক আমি একেলগে কণ্ঠদান কৰোঁ আৰু শব্দবোৰৰ উচ্চাৰণসমূহ বাণীবদ্ধ কৰোঁ৷
XOBDO.ORG is taking up a new initiative to record sound file for pronunciation of Assamese words by 'crowd sourcing' sound recordings. You can participate simply by logging in and recording your voice.

Click here to record a sound file