Bangla: হু
DescriptionDescription
(click the photo for a larger image)
Contexts: Fish
[Common Noun , Common] A species of fresh water dolphin found in the big rivers of India, viz. Ganges, Brahmaputra, Meghna etc.
গঙ্গা, ব্ৰহ্মপুত্ৰ, মেঘনা আদি ভাৰতৰ নদীত পোৱা এজাতি ডলফিন ৷
[IdeaID=4470 ] Contributed By: Sushanta Kar (2017-07-05 14:30:20)
Synonyms and Equivalent Words:
English: gangetic dolphin (gænˈdʒetɪk ˈdɑlfən;গেংগেটিক ডলফিন), platanista gangetica gangetica (প্লাটানিচষ্ট), river dolphin (ৰিভাৰ ডলফিন),
Assamese: শিহু (xi.hu), উলুপী (u.lu.pi), শিশুক (xi.xuk), শিশুমাৰ (xi.xu.mar),
Karbi: vo-sarli,
Dimasa: shushuma,
Bangla: শুশুক,
Related Idea:
IdeaID=2544 Common Noun , Common - porpoise, পলাংগ
IdeaID=7922 Common Noun , Common - dolphin, ডলফিন
Technical Words / পৰিভাষা :
Reference: অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা. Voluntary Contributions by few members of Facebook groups - 'Axomiyat Kotha Botora' and 'Assamese Wiki Society' ফেচবুকৰ 'অসমীয়াত কথা-বতৰা' আৰু 'অসমীয়া ৱিকি সমাজ' গোটৰ কিছু সদস্যৰ স্বেচ্ছামূলক অৱদান৷ Disclaimer: These words and their spellings are still being reviewed.
English Assamese Contributed By Comments
Multipurpose Co-operative Society বহুমূখী সমবায় সমিতি Abhijit Kalita 2012-06-11 06:31:24
TWID=59
Public Library ৰাজহুৱা পুথিভৰাল, লোক গ্ৰন্থাগাৰ dhiraj kalita 2012-06-11 06:31:25
TWID=272
Appointment Order নিযুক্তি আদেশ,মকৰলী হুকুম Pankaj Neog 2012-06-11 06:31:28
TWID=961
Bill of Exchange বিনিময় পত্ৰ্,হুণ্ডি,ধনাদান পত্ৰ Pankaj Neog 2012-06-11 06:31:34
TWID=2271


Idioms / ফকৰা-যোজনা :
Idiom Contributed By Comments
লোকলৈ বুলি হুল পুতি নিজে মৰে ফুটি Rupankar Mahanta 2008-03-14 01:03:40
FJID=67
অকলশৰীয়া পহু, গায়ে মূৰে খহু Rupankar Mahanta 2008-03-19 02:56:20
FJID=83
হু চাবা গধূলি, শালি চাবা পুৱা, জাকৈ বাওঁতে ছোৱালী চাবা কোন কেনেকুৱা। Biraj Kumar Kakati 2008-07-28 20:40:40
FJID=144
চ’ত বিহুলৈ ছমাহ থাকোতেই হাত মেলি নাচ । Prasanta Borah (প্ৰশান্ত বৰা) 2008-07-28 04:58:35
FJID=146
উইচিৰিঙাই ৰঙতে উৰে, হুৰমুৰকৈ পুৰি মৰে । Prasanta Borah (প্ৰশান্ত বৰা) 2008-07-27 10:25:24
FJID=150
ৰাজহুৱা শ বাহি শ হয় Rupankar Mahanta 2008-08-18 07:58:19
FJID=151
হুলেৰে হুল কঢ়া Probodh Borah (প্ৰবোধ বৰা) 2010-08-02 19:51:09
FJID=299
বামুণে চিন্তে ভালক, বহুৱাই চিন্তে কালক | Probodh Borah (প্ৰবোধ বৰা) 2010-08-09 16:35:32
FJID=329
পৰৰ পিঠাৰে বিহু পতা Probodh Borah (প্ৰবোধ বৰা) 2010-10-10 11:31:33
FJID=392
সাত বিহুৰ সৈয়া কণী Probodh Borah (প্ৰবোধ বৰা) 2010-11-02 15:28:19
FJID=436
বামুণৰো এদিন, বহুৱাৰো এদিন Probodh Borah (প্ৰবোধ বৰা) 2011-05-19 13:35:24
FJID=503
হুলকেই ফুল বুলি খোপাত গোঁজা ৷ Dr. Armaan U. Muzaddadi 2013-09-11 04:48:28
FJID=626
বিশ্বাসে মিলয় হৰি, তৰ্কে বহু দূৰ৷ Dr. Armaan U. Muzaddadi 2013-11-14 03:47:19
FJID=669
কোৱা বাহুল্য Dr. Armaan U. Muzaddadi 2013-11-14 00:09:01
FJID=693
কুটৰ পো কুটি, লোকলৈ বুলি হুল পুতি, নিজে মৰে ফুটি ৷ Dr. Armaan U. Muzaddadi 2013-12-14 14:16:52
FJID=752
ইননি-বিননি কাণত পৰে, হুটা কথা খালত পৰে ৷ Dr. Armaan U. Muzaddadi 2014-01-17 06:16:12
FJID=757