All>Science and Technology>Physics>Astronomy

Items in Astronomy


1. Astronomy(Common Noun-Neuter) a celestial body moving about the sun, usually in a highly eccentric orbit, consisting of a central mass surrounded by an envelope of dust and gas that may form a tail that streams away from the sun সাধাৰণতে এক বিষম-কেন্দ্ৰিক কক্ষপথেৰে সূৰ্য্যক প্ৰদক্ষিণ কৰা এটা মহাজাগতিক বস্তু, যি ধূলি আৰু ধোঁৱাৰ আৱৰণেৰে আবৃত এক কেন্দ্ৰীয় ভৰেৰে গঠিত ৷ ধূলি আৰু ধোঁৱাই সূৰ্য্যৰ পৰা দূৰলৈ প্ৰসাৰিত এডাল নেজৰো সৃষ্টি কৰিব পাৰে ৷
English: comet,
Assamese: ধুমকেতু, ধূম্ৰকেতু, নেজাল তৰা,
Karbi: Arnam me`thengtom, chiklolongso amehi,
Tai: দাৱ অক্ হাং

Related Idea:

a. Common Noun-Neuter: meteor, shooting star, উলুকা, উল্কা, পʼইপা তাৰা ...

2. Astronomy(Proper Noun-Neuter) A galaxy is a gravitationally bound system consisting of stars, stellar remnants, interstellar gas and dust, and dark matter. The word galaxy is derived from the Greek galaxia. তৰা তৰাৰ অৱশেষ গেচ ধূলিকণা অন্ধকাৰ পদাৰ্থ আদিৰ এটা থূপ, যাক মহাকৰ্ষনে বান্ধি ৰাখিছে।
English: galaxy,
Assamese: তাৰকাপুঞ্জ, তাৰকাৰাজ্য, নক্ষত্ৰপুঞ্জ, নক্ষত্ৰবীথি,
Bodo: राजा लामा, हाथरखि हान्जा,
Meeteilon: ningthou turel,
Karbi: chung phang-ok,
Hindi: आकाशगंगा

Related Idea:

a. Common Noun-Neuter: milkyway, অজবীথি, অমৰমাৰ্গ, আকাশগঙ্গা, আকাশসৰিৎ...
b. Abstract Noun-Neuter: nebula, নীহাৰিকা...

Sub Idea:

c. Material Noun-Neuter: spiral galaxy, কুণ্ডলিত তাৰকাৰাজ্য...

3. Astronomy(Proper Noun-Masculine) The fifth planet from the sun, the largest and most massive in the solar system. সূৰ্য্যৰ পৰা পঞ্চম স্থানত অৱস্থিত, সৌৰজগতৰ আটাইতকৈ ডাঙৰ আৰু বৃহদাকাৰ গ্ৰহ।
English: jupiter,
Assamese: ত্ৰিদশাচাৰ্য্য, দেৱগুৰু, দ্বাদশাংশু, বৃহতীপতি, বৃহস্পতি, সুৰগুৰু,
Bodo: बृहस्पति,
Karbi: phakleng melur,
Dimasa: Bosomti

4. Astronomy(Material Noun-Neuter) the earth's natural satellite, orbiting the earth at a mean distance of 238,857 miles (384,393 km) and having a diameter of 2160 miles (3476 km). পৃথিৱীৰ চাৰিওফালে গড় হিচাপে ২,৩৮,৮৫৭ মাইল (৩,৮৪,৩৯৩ কিলোমিটাৰ) দূৰত্বত থাকি প্ৰদক্ষিণ কৰি থকা আৰু ২১৬০ মাইল (৩৪৭৬ কিলোমিটাৰ) ব্যাস-বিশিষ্ট পৃথিৱীৰ প্ৰাকৃতিক উপগ্ৰহ
English: moon,
Assamese: অম্বোজ, অম্ভোজ, অৰ্ণৱোদ্ভৱ, ইন্দু, উড়ুপ, ঋক্ষেশ, ঋক্ষৰাজ, কলাধৰ, কলানাথ, কলানিধি, কলাভৃত্, কান্তিভৃত্, কুমুদ-বান্ধৱ, কুমুদনাথ, কুমুদপতি, কৈৰৱী, কৌমুদীপতি, ক্ষীৰাব্ধিজ, ক্ষীৰোদ-নন্দন, চদিৰ, চন্দ্ৰ, চন্দ্ৰক, চন্দ্ৰমা, চন্দ্ৰিমা, চান্দ, ছায়াংক, জোন, জোনবাই, জ্যোৎস্নেশ, তাৰাধিপ, তাৰানাথ, তাৰাপতি, তাৰাপীড়, দাক্ষায়ণী পতি, দ্বিজপতি, দ্বিজেন্দ্ৰ, দ্বিজৰাজ, নভসংগম, নিশাকৰ, নিশাপতি, নিশামণি, নিশাৰত্ন, নিশিকান্ত, নিশিনাথ, পক্ষচৰ, পক্ষজ, পক্ষধৰ, বিধু, মধুকান্ত, মৃগাঙ্ক, যামিনীকান্ত, যামিনীনাথ, যামিনীপতি, যামিনীপ্ৰকাশ, শশধৰ, শশবিন্দু, শশলক্ষণ, শশলাঞ্ছন, শশাংক, শশাঙ্ক, শশী, শীতকিৰণ, শীতময়ুখ, শীতাংশু, শীতৰশ্মি, সিতকৰ, সিতাংশু, সিতৰশ্মি, সিতৰুচি, সুধাংশু, সুধাকৰ, সুধাধাৰ, সুধানিধি, সুধাময়, সোম, হিমকিৰণ, হিমকৰ, হিমাংশু, হৰিণাংক, ৰজনীকান্ত, ৰজনীকৰ, ৰজনীচৰ, ৰজনীনাথ, ৰজনীপতি, ৰজনীশ, ৰজনীসখা, ৰজনীৰাজ, ৰাকেশ, ৰাত্ৰিমণি, ৰাহুল, ৰেবতীৰমন,
Bodo: अखाफोर, अखाफ़ोर, उखुमब्रि,
Mising: p:l,
Khasi: u bnai,
Garo: ja, jajong,
Meeteilon: tha,
Bishnupriya Manipuri: চান্দ,
Mizo (Lushai): thla, thla bi,
Karbi: chiklo, malin, malong, malongding, manai, menai,
Hmar: thla, Thlapa,
Nagamese: chondro, jun, zun,
Dimasa: dain,
Chakma: chan,
Tai: দ্যুন্,
Hindi: कलानिधि, चन्द्रमा, चाँद,
Rabha: ৰাংগ্ৰে,
Tiwa: chonai,
Deori: য়া,
Hajong: চান

Related Idea:

a. Abstract Noun: full moon, ইন্দুমতী, তৈষী, পূৰ্ণচন্দ্ৰ, পূৰ্ণমাসী...

Super Idea:

b. Material Noun-Neuter: moon, satellite, উপগ্ৰহ, চন্দ্ৰ, ग्रहसा...

5. Astronomy(Proper Noun-Neuter) The eighth planet from the Sun and the fourth largest, with a diameter almost four times that of Earth. Neptune is a gas giant with a very active weather system, exhibiting extremely long and powerful storms with the fastest winds observed in the solar system. Neptune`s axis is tilted 28.8° from the plane of its orbit, and its summer and winter seasons each last 40 years. For a period of 20 years out of every 248, Pluto`s highly elliptical orbit crosses within that of Neptune, making Neptune the farthest planet from the Sun during that period. Neptune has four faint rings and 13 known moons and appears blue due to the absorption of red light by the methane within its atmosphere. সৌৰজগতৰ অষ্টম গ্ৰহ আৰু আকাৰত ইয়াৰ স্থান চতুৰ্থ ৷ নেপচুন এটা গেছীয় গ্ৰহ আৰু ইয়াতে সৌৰজগতৰ আটাইতকৈ বেছি বেগত বতাহ চলাৰ উমান পোৱা গৈছে ৷ ইয়াৰ অক্ষই কক্ষতলৰ সৈতে ২৮.৮° কোণ কৰি আছে ৷ ইয়াৰ ঋতুকাল ২০ বছৰীয়া আৰু কেৱল গ্ৰীষ্ম আৰু শীতকাল হোৱা দেখা যায় ৷ নেপচুনৰ চাৰিটা বলয় আৰু ১৩ টা উপগ্ৰহ আছে ৷ ইয়াত থকা মিথেন গেছে সূৰ্য্যৰশ্মিৰ ৰঙা ৰং শোষণ কৰাৰ বাবে নেপচুন গ্ৰহৰ বৰণ নীলা ৷
English: neptune,
Assamese: নেপচুন

6. Astronomy(Material Noun-Neuter) a heavenly body that revolves around a planet গ্ৰহৰ চাৰিওফালে প্ৰদক্ষিণ কৰা মহাজাগতিক বস্তু
English: moon, satellite,
Assamese: উপগ্ৰহ, চন্দ্ৰ,
Bodo: ग्रहसा,
Meeteilon: upgraha,
Rabha: গাংগাং, ৰাংগ্ৰে

Sub Idea:

a. Material Noun-Neuter: moon, অম্বোজ, অম্ভোজ, অৰ্ণৱোদ্ভৱ, ইন্দু...

7. Astronomy(Proper Noun-Neuter) the planet sixth in order from the sun, having an equatorial diameter of 74,600 mi. (120,000 km), a mean distance from the sun of 886.7 million mi. (1427 million km), a period of revolution of 29.46 years, and 21 known moons. It is the second largest planet in the solar system, encompassed by a series of thin, flat rings composed of small particles of ice. সূৰ্য্যৰ পৰা দূৰত্বৰ ষষ্ঠ স্থানত থকা গ্ৰহ, যাৰ বিষুৱীয় দৈৰ্ঘ্য ৭৪,৬০০ মাইল (১,২০,০০০ কিলোমিটাৰ), সূৰ্য্যৰ পৰা গড় দূৰত্ব ৮৮৬.৭ নিযুত মাইল (১৪২৭ নিযুত কিলোমিটাৰ), সূৰ্য্যক প্ৰদক্ষিণ কৰিবলৈ লগা সময় ২৯.৪৬ বছৰ আৰু যাৰ ২১ টা উপগ্ৰহ আছে ৷ বৰফৰ ক্ষুদ্ৰ কণাৰে নিৰ্মিত এলানি ঠেক, চেপেটা আঙঠিৰে আৱৰা ই সৌৰজগতৰ দ্বিতীয় বৃহত্ গ্ৰহ৷
English: saturn,
Assamese: ছায়াত্মজ, ছায়াসুত, দুষ্টগ্ৰহ, শনি, শনৈশ্চৰ,
Bodo: सनि,
Nepali: छायाट्मज, दुष्टग्रह, शनीग्रह,
Deori: হনি

8. Astronomy(Material Noun-Neuter) A self-luminous celestial body consisting of a mass of gas held together by its own gravity in which the energy generated by nuclear reactions in the interior is balanced by the outflow of energy to the surface নিজৰ মহাকৰ্ষণ বলৰ জৰিয়তে একত্ৰ কৰি ৰখা গেছেৰে গঠিত নিজা পোহৰ থকা এক মহাজাগতিক বস্তু, যি তাৰ অভ্যন্তৰত পাৰমাণৱিক বিক্ৰিয়াৰ দ্বাৰা উত্পন্ন হোৱা শক্তি আৰু পৃষ্ঠলৈ বাহিৰ কৰি দিয়া শক্তিৰ মাজত ভাৰসাম্য ৰক্ষা কৰে ৷
English: star,
Assamese: ঋক্ষ, তাৰক, তাৰকা, তৰা, তৰালি, নক্ষত্ৰ,
Bodo: हाथर्खि,
Mising: takar,
Khasi: khlur, u khlur, u riewpawkhmat,
Garo: aski,
Meeteilon: Thawan, Thawanmichak,
Mizo (Lushai): arsi, chanvo,
Karbi: chiklo-longso,
Hmar: arasi,
Nagamese: tora,
Dimasa: satrai,
Chakma: tara,
Tai: দৌ, নৌ, লৌ,
Hindi: तारा,
Bangla: তারকা, তারা,
Rabha: আফে,
Tiwa: phondra,
Deori: জিতি

Related Idea:

a. Material Noun-Neuter: constellation, কুকুৰ-বাহী তৰা, তাৰকামণ্ডল, তাৰামণ্ডল, নক্ষত্ৰপুঞ্জ...
b. Common Noun-Neuter: star cluster, থুপিতৰা, hanso apai...

Sub Idea:

c. Proper Noun-Neuter: sun, অংশুধৰ, অংশুপতি, অংশুবাণ, অংশুমান...

9. Astronomy(Proper Noun-Neuter) A star that is the basis of our solar system and that sustains life on Earth, being the source of heat and light. আমাৰ সৌৰজগতৰ মূল আধাৰ, আৰু তাপ আৰু পোহৰৰ উত্স ৰূপে পৃথিৱীত জীৱন বৰ্ত্তাই ৰখা এক নক্ষত্ৰ
English: sun,
Assamese: অংশুধৰ, অংশুপতি, অংশুবাণ, অংশুমান, অংশুমালী, অম্বুজেশ, অহঃপতি, অৰ্ক, অৰ্যমা, আদিত্য, উষাপতি, কিৰণমালী, গ্ৰহপতি, গ্ৰহৰাজ, ঘৃণিনিধি, চক্ৰবন্ধু, চণ্ডডালু, চাকা, চিত্ৰভানু, চিত্ৰৰথ, জ্যোতিৰাজ, তপন, তমোহৰ, তিগ্মকৰ, তিগ্মাংশু, তিমিৰাৰি, ত্ৰয়ীতনু, তৰ্ণি, দিনকৰ, দিননাথ, দিনপতি, দিনবন্ধু, দিনমণি, দিনেশ, দিবাকৰ, দিবানাথ, দিবাবসু, দিৱাকৰ, দ্যুপতি, দ্যুমণি, পদ্মিনী-বল্লভ্, প্ৰভাকৰ, বিভাকৰ, বিভাবসু, বিৰোচন, বেলি, ভানু, ভাস্কৰ, মাৰ্কণ্ড, মাৰ্তণ্ড, মিহিৰ, সপ্তাশ্ব, সবিতা, সহস্ৰৰশ্মি, সূৰ, সূৰুয, সূৰ্য্য, ৰবি, ৰবিৰাজ, ৰ’দালি,
Bodo: सान,
Mising: d:yi, do:nyi,
Khasi: jingshai, sngi,
Garo: sal,
Meeteilon: korou, nongshaba, numit, thabireng,
Bishnupriya Manipuri: সূৰ্য্য,
Mizo (Lushai): ni,
Karbi: arni, samphri,
Hmar: nisa,
Nagamese: beli, bili, hurjyo, kham, suraj, surruz,
Dimasa: sain,
Ao: tsengi,
Tai: বান্,
Kaubru (Reang): sal,
Hindi: सूरज,
Bangla: অংশুমান, অর্ক, আদিত্য, তপন, দিনবন্ধু, দিনমণি, দিবনাথ, দিবাকর, প্রভাকর, বিভাকর, ভানু, ভাস্কর, মিহির, রবি, সবিতা, সুরুজcb syl , সূর্য,
Nepali: घाम, भानु, भ‌ास्कर, मार्कण्ड, रबि, सुर्य,
Rabha: চানতাকচা, ৰাংছাং,
Tiwa: sal,
Deori: চাঁ,
Hajong: বিলা

Related Idea:

a. Abstract Noun: অৰুণ, उज्यालो, सुर्यको किरण...

Super Idea:

b. Material Noun-Neuter: star, ঋক্ষ, তাৰক, তাৰকা, তৰা...

10. Astronomy(Proper Noun-Neuter) A giant planet with a ring of ice particles; the 7th planet from the sun has a blue-green colour and many satellites (at least 21). It was discovered by William Herchel in 1781. বৰফ কনিকাৰ বলয়ৰে আবৃত্ত সৌৰজগতৰ সপ্তম গ্ৰহ ৷ ইয়াৰ বৰণ নীল-সেউজীয়া আৰু অসংখ্য উপগ্ৰহ আছে (অতি কমেও ২১ টা) ৷ ১৭৮১ ইং চনত উইলিয়াম হাৰ্চেলে এই গ্ৰহটো আৱিস্কাৰ কৰিছিল ৷
English: uranus,
Assamese: ইউৰেনাচ্

11. Astronomy(Proper Noun-Neuter) the planet second in order from the sun সৌৰজগতৰ দ্বিতীয় গ্রহ যাক গধুলী আৰু পুৱাৰ সময়ত পশ্চিম আকাশত উজ্জলকৈ দেখা যায়
English: evening star, Lucifer, Morning Star, venus,
Assamese: পুৱতি তৰা, ভোটা তৰা, শুকতৰা, শুক্ৰ, শুক্ৰ গ্ৰহ, সন্ধ্যাতৰা, সাঁজলী-ভোটা,
Bodo: सुक्र,
Khasi: u soitan,
Karbi: klirdap, Klirningve, klirthang

12. Astronomy(Abstract Noun) The partial or complete obscuring, relative to a designated observer, of one celestial body by another. এটা মহাজাগতিক বস্তুক আন এটাই আংশিক বা সম্পূৰ্ণৰূপে ঢাকি ধৰা অৱস্থা
English: eclipse,
Assamese: গ্ৰহণ,
Bodo: मन`नाय,
Khasi: ka jingdum,
Nagamese: grohon,
Dimasa: gerna,
Hindi: ग्रहण

Different POS:

a. Verbal Adj.: eclipsed, overshadowed, পূৰ্ণগ্ৰাসী, সৰ্বগ্ৰাসী...

Sub Idea:

b. Abstract Noun: lunar eclipse, চন্দ্ৰগ্ৰহণ, अखाफोर, chandragrahan, dain gerna...
c. Abstract Noun: solar eclipse, সূৰ্য্যগ্ৰহণ, सान मन`नाय, sain gerna...

13. Astronomy(Proper Noun-Neuter) the first planet of the solar system সৌৰজগতত সূৰ্য্যৰ আটাইতকৈ ওচৰত থকা গ্ৰহ ৷
English: mercury,
Assamese: ইন্দুজ, চন্দ্ৰাত্মজ, বুধ, শশিসুত, সৌম্য, ৰোহিনীতনয়,
Bodo: बुध ग्रह

14. Astronomy(Abstract Noun) Either of two times of the year when the sun is at its greatest distance from the celestial equator. The summer solstice in the Northern Hemisphere occurs about June 21, when the sun is in the zenith at the tropic of Cancer; the winter solstice occurs about December 21, when the sun is over the tropic of Capricorn. The summer solstice is the longest day of the year and the winter solstice is the shortest. বছৰটোৰ দুটা দিন যেতিয়া সূৰ্য্য বিষুব ৰেখাৰ পৰা সৰ্বাধিক দূৰত্বত অবস্থান কৰে ৷ এই দিন দুটাটেই আটাইতকৈ দীঘল আৰু আটাইতকৈ চুটি দিন হয় ৷
English: solstice,
Assamese: অয়নান্ত, সংক্ৰান্তি

Related Idea:

a. Verbal Noun: অয়ন, ক্ৰান্তি...

15. Astronomy(Abstract Noun) A celestial body with so high gravitational pull that even light cannot escape. Usually these bodies are formed by collapsing massive star মহাকাশত কোনো বৃহৎ নক্ষত্ৰৰ মৃত্যুৰ পাছত নক্ষত্ৰটোৱে প্ৰবল মহাকৰ্ষণৰ সৃষ্টি কৰি কৃষ্ণ গহ্বৰলৈ ৰূপান্তৰিত হয়| কৃষ্ণ গহ্বৰৰ মহাকৰ্ষণ ইমানেই বেছি যে ই আনকি পোহৰো গিলি পেলায়|
English: black hole,
Assamese: কৃষ্ণ গহ্বৰ,
Bodo: अख्रां बोगथाबमा गोहो

Related Idea:

a. Abstract Noun: big crunch, মহাসংকোচন...
b. Abstract Noun: big bang, মহানাদ...

16. Astronomy(Common Noun-Neuter) The galaxy containing the solar system আমাৰ সৌৰজগৎ থকা তাৰকাৰাজ্যখন৷
English: milkyway,
Assamese: অজবীথি, অমৰমাৰ্গ, আকাশগঙ্গা, আকাশসৰিৎ, আকাশীগঙ্গা, ছায়াপথ, দুগ্ধসৰণি, দেৱযান, দ্বীপ-বিশ্ব, হাতীপটি, হৰিতালিকা,
Bodo: राजा लामा,
Karbi: chung`phang-ok atovar

Related Idea:

a. Proper Noun-Neuter: galaxy, তাৰকাপুঞ্জ, তাৰকাৰাজ্য, নক্ষত্ৰপুঞ্জ, নক্ষত্ৰবীথি...

17. Astronomy(Material Noun-Neuter) a perceived pattern formed by prominent stars within apparent proximity to one another. আপেক্ষিকভাৱে একেলগে থকা কিছুমান উজ্জ্বল নক্ষত্ৰৰ বিন্যাস৷
English: constellation,
Assamese: কুকুৰ-বাহী তৰা, তাৰকামণ্ডল, তাৰামণ্ডল, নক্ষত্ৰপুঞ্জ, নক্ষত্ৰমণ্ডল,
Bodo: हाथरखि हानजा, हाथरखि हाला,
Karbi: cheklolongso a`chom

Related Idea:

a. Material Noun-Neuter: star, ঋক্ষ, তাৰক, তাৰকা, তৰা...
b. Common Noun-Neuter: star cluster, থুপিতৰা, hanso apai...

18. Astronomy(Proper Noun-Common) the planet fourth in order from the sun সূৰ্য্যৰ পৰা আঁতৰত চতুৰ্থ স্থানত থকা গ্ৰহটো
English: mars,
Assamese: আৱনেয়, কুজ, কুজগ্ৰহ, গগনোল্মুক, ধৰণীসূত, ধৰাত্মজ, বৰ্ষাচিঃ, ভৌম, মংগল, মঙল, মঙ্গল, মহীজ, মহীসুত, লোহিতাংগ,
Bodo: मंगल

19. Astronomy(Material Noun-Neuter) one of the moons of Neptune নেপচুন গ্ৰহৰ এটা উপগ্ৰহ
English: triton,
Assamese: ট্ৰাইটন্

20. GeologyAstronomy(Common Noun-Neuter) Small solid body from outer space that becomes incandescent when entering the earth's atmosphere.
English: meteor, shooting star,
Assamese: উলুকা, উল্কা, পʼইপা তাৰা bo , পপীয়া তৰা,
Bodo: उल्का, धुमकेतु, पपिया हाथरखि, हाथर्खि सिरिनाय,
Karbi: Arnam me`thengtom, chiklolongso terang edam,
Tai: দাৱ বিন্, নাৱ মিন্

Related Idea:

a. Common Noun-Neuter: comet, ধুমকেতু, ধূম্ৰকেতু, নেজাল তৰা, Arnam me`thengtom...

Super Idea:

b. Common Noun-Neuter: aerolite, meteorite, অনলশিলা, উল্কাপিণ্ড...

21. Astronomy(Abstract Noun-Neuter) A hazy glow in the night sky caused by distant stars or clouds of gas মহাকাশৰ কোনো দূৰ প্ৰান্তত থকা গেছ, ধুলি আৰু তৰাৰে গঠিত এক ধোৱাময় আৱয়ৱ৷
English: nebula,
Assamese: নীহাৰিকা

Related Idea:

a. Proper Noun-Neuter: galaxy, তাৰকাপুঞ্জ, তাৰকাৰাজ্য, নক্ষত্ৰপুঞ্জ, নক্ষত্ৰবীথি...

22. Astronomy(Proper Noun-Neuter) A pole star is a visible star, preferably a prominent one, that is approximately aligned with the Earth`s axis of rotation; that is, a star whose apparent position is close to one of the celestial poles, and which lies approximately directly overhead when viewed from the Earth`s North Pole (or South Pole). উত্তৰ মেৰুৰ আকাশত থকা এক উজ্বল নক্ষত্ৰ
English: north star, pole star,
Assamese: কুতুব, ধ্ৰুবতৰা

23. Astronomy(Abstract Noun) The initial explosion at the beginning of time (some 13.7 billion years ago) through which the universe came into being from an enormously dense state, according to a cosmological theory by the same name. The theory further states that the universe is expanding ever since.
English: big bang,
Assamese: মহানাদ

Antonyms:

a. Abstract Noun: big crunch, মহাসংকোচন...

Related Idea:

b. Abstract Noun: black hole, কৃষ্ণ গহ্বৰ, अख्रां बोगथाबमा गोहो...

24. Astronomy(Material Noun-Neuter) It is a white dwarf or white dead star that has sufficiently cooled that it no longer emits significant heat or light. Because the time required for a white dwarf or white dead star to reach this state is calculated to be longer than the current age of the universe (13.8 billion years), no black dwarfs or black dead stars are expected to exist in the universe yet. ক’লা বাউনা বা ক’লা মৃত তৰা হৈছে কোনো ধৰণৰ গুৰুত্বপূৰ্ণ তাপ বা পোহৰ বিকিৰণ কৰিব নোৱাৰাকৈ অতি শীতল হৈ পৰা বগা বাউনা বা বগা মৃত তৰা৷ বগা মৃত তৰা এটা ক’লা মৃত তৰালৈ ৰূপান্তৰিত হ’বলৈ যিমান সময় লাগে সেইয়া ব্ৰহ্মাণ্ডৰ বৰ্তমানে হিচাপ কৰি উলিওৱা বয়স ১৩.৮ বিলিয়ন বছৰতকৈ বেচি৷ সেয়হে এতিয়ালৈকে ব্ৰহ্মাণ্ডত এটাও ক’লা মৃত তৰা নাই বুলি ভবা হৈছে৷
English: black dead star, black dwarf,
Assamese: ক’লা বাউনা, ক’লা মৃত তৰা

25. Astronomy(Common Noun-Neuter) Stony or metallic object that is the remains of a meteoroid that has reached the earth's surface. Once it enters the earth's atmosphere it glows like a torchlight. আকাশৰ পৰা জোঁৰৰ দৰে পোহৰ হৈ মাটিত পৰা শিল আদি|
English: aerolite, meteorite,
Assamese: অনলশিলা, উল্কাপিণ্ড

Sub Idea:

a. Common Noun-Neuter: meteor, shooting star, উলুকা, উল্কা, পʼইপা তাৰা ...

26. Astronomy(Abstract Noun) the phenomena of the Earth, the Moon and the Sun falling in the same line and the shadow of the Earth falling on the Moon পৃথিৱী, চন্দ্ৰ আৰু সূৰ্য্যৰ একে ৰেখাত পৰি পৃথিৱীৰ ছাঁ চন্দ্ৰত পৰা পৰিঘটনা
English: lunar eclipse,
Assamese: চন্দ্ৰগ্ৰহণ,
Bodo: अखाफोर,
Meeteilon: chandragrahan,
Dimasa: dain gerna, daing gana

Super Idea:

a. Abstract Noun: eclipse, গ্ৰহণ, मन`नाय, ka jingdum, grohon...

27. Astronomy(Abstract Noun) the phenomena of the Earth, the Moon and the Sun falling in the same line and the shadow of the Moon falling on the Earth, thereby obstructing the sunlinght in some parts of the Earth in the daytime. পৃথিৱী, চন্দ্ৰ আৰু সূৰ্য্যৰ একে ৰেখাত পৰি চন্দ্ৰৰ ছাঁ পৃথিৱীৰ কোনো অঞ্চলত পৰি, দিনদুপৰীয়াতে সূৰ্য্যৰ কিৰণ নোহোৱা কৰা পৰিঘটনা।
English: solar eclipse,
Assamese: সূৰ্য্যগ্ৰহণ,
Bodo: सान मन`नाय,
Dimasa: sain gerna

Super Idea:

a. Abstract Noun: eclipse, গ্ৰহণ, मन`नाय, ka jingdum, grohon...

28. Astronomy(Material Noun-Neuter) A group of seven stars that cam be clearly seen from the northern hemisphere. সাতোটা তৰাৰ থুপ,এই সাতোটা তৰা সাত জনা ঋষিৰ নামেৰে নামাঙ্কৰণ কৰা হৈছে । (মৰিচি, বশিষ্ঠ, অংগিৰা, অত্ৰি, পুলস্ত্য, পুলহ আৰু ক্ৰতু)
English: great bear, ursa major,
Assamese: সপ্তৰ্ষি-মণ্ডল,
Karbi: phak akecheng

29. Astronomy(Common Noun-Neuter) A faint star of enormous density, a small star composed mostly of electron-degenerate matter. They are very dense; its mass is comparable to that of the Sun and its volume is comparable to that of the Earth. Its faint luminosity comes from the emission of stored thermal energy. বহুত ঘনত্ব সম্পন্ন সৰু মৃত তৰা৷ তৰাবোৰৰ ইন্ধন শেষ হোৱাৰ পিচত সিহঁতৰ নিজৰ মধ্যাকৰ্ষণ বলৰ প্ৰভাৱত সেইবোৰ ক্ৰমান্বয়ে সংকুচিত হ’বলৈ ধৰে, যাৰ ফলত সিহঁতৰ ঘনত্ব বহু গুণে বাঢ়ি যায়৷ যিবোৰ তৰাৰ ভৰ সূৰ্যৰ ভৰৰ ১.৫ গুণতকৈ কম হ্য় সিহঁতৰ ইলেক্ট্ৰণবোৰৰ বিপৰীতমুখী গতিৰ কাৰণে এই সংকোচন এটা সময়ত বন্ধ হ্য় আৰু তৰাটোৱে এটা স্থায়ী অৱস্থা লাভ কৰে৷ এনে অৱ্স্থা প্ৰাপ্ত তৰাবোৰকে বগা বাউনা বা বগা মৃত তৰা বোলে৷
English: white dead star, white dwarf,
Assamese: বগা বাউনা, বগা মৃত তৰা

30. Astronomy(Abstract Noun) the Sun`s motion to the south of the equator; from 21 June to 22 December বিষুব ৰেখাৰপৰা সূৰ্য্যৰ দক্ষিণফালে কৰা গতি; 21 জুনৰপৰা 22 ডিচেম্বৰ পৰ্য্যন্ত
Assamese: দক্ষিণায়ন

Antonyms:

a. Common Noun: উত্তৰায়ণ...

Super Idea:

b. Verbal Noun: অয়ন, ক্ৰান্তি...

31. Astronomy(Common Noun-Neuter) Star clusters or star clouds are groups of stars. Two types of star clusters can be distinguished: globular clusters are tight groups of hundreds of thousands of very old stars which are gravitationally bound, while open clusters, a more loosely clustered group of stars, generally contain less than a few hundred members, and are often very young. Open clusters become disrupted over time by the gravitational influence of giant molecular clouds as they move through the galaxy, but cluster members will continue to move in broadly the same direction through space even though they are no longer gravitationally bound; they are then known as a stellar association, sometimes also referred to as a moving group. Star clusters visible to the naked eye include Pleiades, Hyades and the Beehive Cluster.
English: star cluster,
Assamese: থুপিতৰা,
Karbi: hanso apai

Related Idea:

a. Material Noun-Neuter: star, ঋক্ষ, তাৰক, তাৰকা, তৰা...
b. Material Noun-Neuter: constellation, কুকুৰ-বাহী তৰা, তাৰকামণ্ডল, তাৰামণ্ডল, নক্ষত্ৰপুঞ্জ...

32. Astronomy(Proper Noun-Neuter) a theory of Astronomy, according to which the universe began billions of years ago in a single event, similar to an explosion জ্যোতিৰ্বিজ্ঞানৰ এক মতবাদ, যাৰ মতে বহু হাজাৰ বছৰৰ আগতে এক প্ৰচণ্ড বিস্ফোৰণ সদৃশ পৰিঘটনাৰ ফলত বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টি হৈছিল
English: big bang theory,
Assamese: মহা-বিস্ফোৰণবাদ

33. Astronomy(Common Noun-Neuter) any of the thousands of small bodies from 480 miles (775 km) to less than one mile (1.6 km) in diameter that revolve about the sun in orbits lying mostly between those of mars and Jupiter ৪৮০ মাইলৰ পৰা এক মাইলতকৈও কম ব্যাসৰ কেতবোৰ দেখাত গ্ৰহৰ দৰে ক্ষুদ্ৰ কণা সমষ্টি যি সূৰ্য্যক প্ৰদক্ষিণ কৰে
English: asteroids,
Assamese: গ্ৰহাণুপুঞ্জ

Related Idea:

a. Material Noun-Neuter: asteroid, গ্ৰহাণু...

34. Astronomy(Verbal Noun) motion of the sun (জ্যোতিষ শাস্ত্ৰ মতে) সূৰ্য্যৰ গতি, যেনেঃ উত্তৰায়ণ, দক্ষিণায়ন
Assamese: অয়ন, ক্ৰান্তি

Related Idea:

a. Abstract Noun: solstice, অয়নান্ত, সংক্ৰান্তি...

Sub Idea:

b. Abstract Noun: দক্ষিণায়ন...

35. Astronomy(Proper Noun-Neuter) The second most massive known dwarf planet in the Solar System (after Eris). Before it was classified as the ninth planet from the Sun. Later, Pluto was recategorized due to recent discoveries and is now considered the largest dwarf planet within the newly charted Kuiper belt.
English: pluto,
Assamese: প্লুট’

36. Astronomy(Abstract Noun) The solar mass (1.98892×10^30 kg) is the standard unit of mass in astronomy, used to indicate the masses of other stars and galaxies. It is equal to the mass of the Sun, about two nonillion kilograms or about 332,950 times the mass of the Earth or 1,048 times the mass of Jupiter. নক্ষত্ৰ আৰু হাতীপটি আদিৰ ভৰ জোখিবলৈ জ্যোতিৰ্বিজ্ঞানত ব্যৱহাৰ হোৱা এটা একক মান৷ এই মান সূৰ্যৰ ভৰৰ সমান, অৰ্থাত্‍ প্ৰায় ১.৯৮৮৯২X১০‍^৩০ কিলোগ্ৰাম নাইবা পৃথিৱীৰ ভৰৰ ৩৩২৯৫০ গুণ নাইবা বৃহস্পতিৰ ভৰৰ ১০৪৮ গুণ
English: solar mass,
Assamese: সৌৰ ভৰ

37. Astronomy(Common Noun-Neuter) natural objects visible in the sky আকাশত দেখা পোৱা যিকোনো প্ৰাকৃতিক বস্তু
English: celestial body, heavenly bodies,
Assamese: গ্ৰহ-নক্ষত্ৰ, জ্যোতিষ্ক

38. Astronomy(Common Noun-Common) an expert in astronomy; a scientific observer of the celestial bodies জ্যোতিৰ্বিদ্যাৰ বিশেষজ্ঞ; মহাজাগতিক বস্তুসমূহৰ বৈজ্ঞানিক অধ্যয়নকাৰী
English: astronomer,
Assamese: জ্যোতিষীয়া, জ্যোতিৰ্বিজ্ঞানী, জ্যোতিৰ্বিদ, জ্যোতিৰ্বেত্তা, জ্যোতিৰ্ব্বিদ, জ্যোতিৰ্ব্বেত্তা, নক্ষত্ৰবিদ

39. Astronomy(Abstract Noun) The imaginary sphere with the center coinciding with the center of the Earth, where all the celestial bodies appear to contain. পৃথিৱীৰ কেন্দ্ৰকে কেন্দ্ৰ বুলি ধৰি যি কাল্পনিক গোলক অঁকা হয় আৰু য’ত সকলো নক্ষত্ৰ স্থিৰ হৈ থকা যেন লাগে৷
English: celestial sphere,
Assamese: খগোলক, নভোগোলক

40. Astronomy(Abstract Noun) a solar eclipse, when the disk of the Sun is fully obscured by the Moon এনে এক সূৰ্য্যগ্ৰহণ, য’ত সূৰ্য্যটোক চন্দ্ৰই সম্পূৰ্ণৰূপে ঢাকি ধৰে
English: total solar eclipse,
Assamese: পূৰ্ণগ্ৰাস সূৰ্য্যগ্ৰহণ

41. Astronomy(Proper Noun-Neuter) One of the 27 stars of zodiac constellation as mentioned in astrology and astronomy. It lies in Aries constellation. ভাৰতীয় জ্যোতিষত থকা ২৭টা নক্ষত্ৰৰ এটা৷ মেষ ৰাশি মণ্ডলত অৱস্থিত৷
English: The Bearer,
Assamese: ভৰণী

42. Astronomy(Proper Noun-Neuter) One of the 27 stars of zodiac constallation as mentioned in astrology and astronomy. It lies in Tauras constation. ২৭টা নক্ষত্ৰৰ এটা৷ বৃষভ ৰাশি মণ্ডলত অৱস্থিত৷
English: Aldebaran,
Assamese: ৰোহিণী

43. Astronomy(Proper Noun-Neuter) One of the 27 stars of zodiac constallation as mentioned in astrology and astronomy. It lies in orion constation. ২৭টা নক্ষত্ৰৰ এটা ৷ কালপুৰুষ তাৰকামণ্ডলত অৱস্থিত ৷
English: Betelgeuse,
Assamese: আৰ্দ্ৰা

44. Astronomy(Proper Noun-Neuter) One of the 27 stars. Lies in Leo constalation. সিংহ ৰাশিৰ এটা তৰা ৷
English: The bountiful,
Assamese: মঘা

45. Astronomy(Proper Noun-Neuter) One of the 27 stars as mentioned in astrology. কণ্যা আৰু তুলা ৰাশি অঞ্চলত থকা তৰা এটা ৷ ২৭টা নক্ষত্ৰৰ এটা
English: denebola,
Assamese: উত্তৰ ফাল্গুনী

46. Astronomy(Proper Noun-Neuter) The bightest star in virgo constellation. কণ্যাৰাশিৰ উজ্জ্বল থকাটো ৷
English: spica,
Assamese: চিত্ৰা

47. Astronomy(Proper Noun-Neuter) One of the 27 star in between libra And scorpio constellation. জোতিষত উল্লেখ থকা ২৭টা নক্ষত্ৰৰ এটা ৷ তুলা আৰু বৃশ্চিক ৰাশিৰ ওচৰত অৱস্থিত ৷
English: arcturus,
Assamese: স্বাতী

48. Astronomy(Proper Noun-Neuter) One of the 27 star in pisces constellation. জোতিষত উল্লেখ থকা ২৭টা নক্ষত্ৰৰ এটা৷ মীন ৰাশিত অৱস্থিত৷
English: prosperous,
Assamese: ৰেৱতী

49. Astronomy(Proper Noun-Neuter) One of the 27 stars of zodiac constallation as mentioned in astrology and astronomy. It lies in orion constation. ২৭টা নক্ষত্ৰৰ এটা ৷ কালপুৰুষ তাৰকামণ্ডলত অৱস্থিত ৷
Assamese: মৃগশীৰ্ষা

50. Astronomy(Proper Noun-Neuter) One of the 27 stars as found in astrology. Lies in between virgo and leo constalation. কণ্যা আৰু সিংহ ৰাশিৰ মাজত থকা এটা নক্ষত্ৰ ৷ ২৭টা নক্ষত্ৰৰ এটা ৷
Assamese: পূৰ্ব ফাল্গুনী

51. Astronomy(Proper Noun-Neuter) One of the 27 stars in astrology. The brillient red star in scorpio constallation বৃশ্চিক ৰাশি মণ্ডলতে থকা উজ্জ্বল হালধীয়া কৰাটো ৷
English: the eldest,
Assamese: অনুৰাধা, জ্যেষ্ঠা

52. Astronomy(Proper Noun-Neuter) A bright star in Lyrae constallation বীণা তাৰকা মণ্ডলত থকা এটা উজ্জ্বল নক্ষত্ৰ ৷ ২৭টা নক্ষত্ৰ এটা ৷
English: vega,
Assamese: অভিজিৎ

53. Astronomy(Proper Noun-Neuter) One of the 27 nakshtra. A star in orion constallation. ২৭টা নক্ষত্ৰৰ এটা ৷ কালপুৰুষ নক্ষত্ৰৰ ওপৰফালে থকা এটা নক্ষত্ৰ ৷
Assamese: মৃগশীৰ্ষ

54. Astronomy(Proper Noun-Neuter) One of the two bright stars in Jamini constallation মিথুন ৰাশি মণ্ডলত থকা দুটা উজ্জ্বল নক্ষত্ৰৰ এটা৷ ২৭টা নক্ষত্ৰৰ এটা৷
English: cortex,
Assamese: পুনৰ্বসু

Related Idea:

a. Proper Noun-Neuter: pollux, যমকাও...

55. Astronomy(Proper Noun-Neuter) One of the two bright stars in Jamini constallation মিথুন ৰাশি মণ্ডলত থকা দুটা উজ্জ্বল নক্ষত্ৰৰ এটা৷ ২৭টা নক্ষত্ৰৰ এটা৷
English: pollux,
Assamese: যমকাও

Related Idea:

a. Proper Noun-Neuter: cortex, পুনৰ্বসু...

56. Astronomy(Proper Noun-Neuter) One of 27 stars mentioned in indian astrology located in aquilae ঈগল তাৰকামণ্ডলত থকা উজ্জ্বল তৰাটো ৷ জ্যোতিষত উল্লেখ থকা ২৭টা নক্ষত্ৰৰ এটা ৷
English: Altair,
Assamese: শ্ৰাৱণ

57. Astronomy(Proper Noun-Neuter) One of 27 stars mentioned in indian astrology located in sagittarius ধনু ৰাশি মণ্ডলত থকা উজ্জ্বল তৰা ৷ জ্যোতিষত উল্লেখ থকা ২৭টা নক্ষত্ৰৰ এটা ৷
Assamese: পূৰ্ব আষাঢ়

58. Astronomy(Proper Noun-Neuter) One of 27 stars mentioned in indian astrology located in sagittarius ধনু ৰাশি মণ্ডলৰ থকা উজ্জ্বল তৰা ৷ জ্যোতিষত উল্লেখ থকা ২৭টা নক্ষত্ৰৰ এটা ৷
Assamese: উত্তৰাষাঢ়

59. Astronomy(Proper Noun-Neuter) One of the 27 stars as mentioned in Indian astrology. Lies in Aries. মেষ ৰাশি মন্ডলৰ এটি নক্ষত্ৰ ৷ জ্যোতিষত থকা ২৭টা নক্ষত্ৰৰ এটা ৷
Assamese: অশ্বিনী

60. Astronomy(Proper Noun-Neuter) one of the 27 stars found in Indian astrology. কণ্যা আৰু তুলা ৰাশি অঞ্চলত থকা নক্ষত্ৰ ৷জ্যোতিষৰ ২৭টা নক্ষত্ৰৰ এটা ৷
Assamese: হস্ত

61. Astronomy(Proper Noun-Neuter) One of the 27 stars as mentioned in indian astrology. Situated in Libra ২৭টা নক্ষত্ৰৰ এটা ৷ তুলা পাশ্চাত্য অৱস্থিত ৷
Assamese: বিশাখা

62. Astronomy(Proper Noun-Neuter) One of the 27 stars as found in Indian Astrology. It is in cancer constellation. জ্যোতিষত থকা ২৭ টা নক্ষত্ৰৰ এটা ৷ কৰ্কট ৰাশিত অৱস্থিত ৷
English: the nourisher,
Assamese: পুষ্য

63. Astronomy(Proper Noun-Neuter) One of the 27 stars as found in Indian Astrology. It is in cancer constellation. জ্যোতিষত থকা ২৭ টা নক্ষত্ৰৰ এটা ৷ কৰ্কট ৰাশিত অৱস্থিত ৷
English: the embrace,
Assamese: আশ্লেষা

64. Astronomy(Proper Noun-Neuter) One of the 27 stars as found in Indian astrology. It is between aquaries. জ্যোতিষত উল্লেখ থকা ২৭টা নক্ষত্ৰৰ এটা৷ কুম্ভৰাশি মণ্ডলতে অৱস্থিত৷
Assamese: শতভিষা

65. Astronomy(Common Noun-Common &/or Masculine) A dwarf planet is an object the size of a planet (a planetary-mass object) but that is neither a planet nor a moon or other natural satellite. More explicitly, theInternational Astronomical Union (IAU) defines a dwarf planet as a celestial body in direct orbit of the Sun that is massive enough for its shape to be controlled by gravity, but that unlike a planet has not cleared its orbit of other objects. সূৰ্য্যৰ চাৰিওফালে ঘূৰি থকা জ্যোতিষ্ক অথচ গ্ৰহও নহয়, স্বাভাৱিক উপগ্ৰহও নহয়৷ যথেষ্ট ডাঙৰ যাৰ বাবে স্বাভাৱিক মহাকৰ্ষণত গোলাকাৰ হয়, কিন্তু নিজৰ কক্ষপথ আন গ্ৰহৰ পৰা মুক্ত কৰিব নোৱাৰে৷
English: Dwarf planet,
Assamese: বাওনা গ্ৰহ

66. Astronomy(Material Noun-Neuter) any of the small rocky celestial bodies found especially between the orbits of Mars and Jupiter গ্ৰহাণুপুঞ্জত থকা যিকোনো এটা ক্ষুদ্ৰ জ্যোতিষ্ক ৷
English: asteroid,
Assamese: গ্ৰহাণু

Related Idea:

a. Common Noun-Neuter: asteroids, গ্ৰহাণুপুঞ্জ...

67. Astronomy(Proper Noun-Neuter) Aquila is a constellation in the northern sky. উত্তৰ আকাশত থকা এটা তাৰকামণ্ডল৷
English: Aquila,
Assamese: গৰুড়

68. Astronomy(Proper Noun-Common &/or Masculine) one of the twelve zodiac constellation. ১২টা ৰাশিমণ্ডলৰ প্ৰথমটো৷
English: Aris,
Assamese: মেষ

69. Astronomy(Material Noun-Neuter) The astronomical telescope makes use of two positive lenses: the objective, which forms the image of a distant object at its focal length, and the eyepiece, which acts as a simple magnifier with which to view the image formed by the objective. Its length is equal to the sum of the focal lengths of the objective and eyepiece, and its angular magnification is -fo/fe, giving an inverted image. মহাকাশৰ জোতিষ্ক চাবলৈ ব্যৱহাৰ হয়৷ প্ৰতিবিম্ব ওলোটা দেখি৷
English: Astronomical Telescope,
Assamese: নভোবীক্ষণ

70. Astronomy(Proper Noun-Neuter) A constellation in the sky. আকাশত থকা এটা তাৰকামণ্ডল৷
English: Pegasus,
Assamese: খগাশ্ব, পক্ষীৰাজ মণ্ডল

Related Idea:

a. Common Noun-Common: Pegasus, পক্ষীৰাজ ঘোঁৰা...

71. Astronomy(Proper Noun-Neuter) The Mars Orbiter Mission, informally called Mangalyaan, is a Mars orbiter launched into Earth orbit on 5 November 2013 by the Indian Space Research Organisation. On 24 Sep 2014 it was placed in Mars orbit. India becomes the first country to complete it in first attempt. ৫ নবেম্বৰ ২০১৩চনত ভাৰতে পঠিওৱা মংগল গ্ৰহ অভিমুখী যান৷ ২৪ চেপ্তেম্বৰ ২০১৪ চনত ই মংগলৰ কক্ষপথত প্ৰৱেশ কৰে৷
English: Mangalyaan,
Assamese: মংগলযান, মঙ্গলযান

72. Astronomy(Proper Noun-Neuter) Ursa Minor, or the Little Dipper, is a small constellation in the northern hemisphere. In Latin, its name means "little bear." The constellation was originally listed by the Greek astronomer Ptolemy in the 2nd century. উত্তৰ আকাশত ধ্ৰুবতৰাৰ সৈতে সাতটা তৰাৰে এটি তাৰকামণ্ডল৷
English: little bear, little dipper, ursa minor,
Assamese: লঘূ সপ্তৰ্ষি মণ্ডল

73. Astronomy(Proper Noun-Neuter) Cygnus is a northern constellation lying on the plane of the Milky Way, deriving its name from the Latinized Greek word for swan উত্তৰ আকাশৰ এটি তাৰকামণ্ডল৷ হাটীপটি মণ্ডলতে ইয়াক দেখা যায়৷
English: cygnus,
Assamese: ৰাজহংস

74. Astronomy(Proper Noun-Masculine) He was a German mathematician, astronomer, and astrologer. A key figure in the 17th century scientific revolution, he is best known for his laws of planetary motion. সপ্তদশ শতিকাৰ প্ৰখ্যাত জাৰ্মান গণিতজ্ঞ, জ্যোতিৰ্বিদ। গ্ৰহগতিৰ সূত্ৰ কেইটাৰ বাবে খ্যাত৷
English: Johannes Kepler, Kepler,
Assamese: কেপলাৰ, জোহান্স কেপলাৰ

75. Astronomy(Proper Noun-Masculine) Tycho Brahe, born Tyge Ottesen Brahe, was a Danish nobleman known for his accurate and comprehensive astronomical and planetary observations. He was born in Scania, then part of Denmark, now part of modern-day Sweden. সপ্তদশ শতিকাৰ ডেনমাৰ্কৰ জ্যোতিৰ্বিদ৷ টাইক’ ব্ৰাহেৰ সূক্ষ্ম জ্যোতিৰ্বৈজ্ঞানিক পৰ্য্যবেক্ষণ আৰু গেলিলিঅ’ গেলিলিৰ ভূমিৰ পৰা প্ৰক্ষেপিত প্ৰক্ষেপকৰ গতি অধ্যয়নৰ ভেঁটিত জ’হান্স্ কেপলাৰৰ জ্যোতি পদাৰ্থ বিজ্ঞানৰ তত্ত্বসমূহে গঢ় লৈ উঠিছিল আৰু কেপলাৰৰ এই তত্ত্বসমূহৰ ভিত্তিতেই নিউটন আৰু তেওঁৰ সমসাময়িকসকলৰ এই পদাৰ্থ বিজ্ঞানৰ বুনিয়াদ গঢ়ি উঠিছিল।
English: Tycho Brahe,
Assamese: টাইক’ ব্ৰাহে

76. Astronomy(Proper Noun-Masculine) A pandit(scholar) of ancient India. One of the seven stars of great bear named after him প্ৰাচীন ভাৰতৰ এজন ঋষি৷ সপ্তৰ্ষি মণ্ডলৰ এটা তৰা তেওঁৰ নামত আছে৷
English: Marichi,
Assamese: মৰিচি

77. Astronomy(Proper Noun-Masculine) A pandit(scholar) of ancient India. One of the seven stars of great bear named after him প্ৰাচীন ভাৰতৰ এজন ঋষি৷ সপ্তৰ্ষি মণ্ডলৰ এটা তৰা তেওঁৰ নামত আছে৷
English: kratu,
Assamese: ক্ৰতু

78. Astronomy(Proper Noun-Masculine) A pandit(scholar) of ancient India. One of the seven stars of great bear named after him প্ৰাচীন ভাৰতৰ এজন ঋষি৷ সপ্তৰ্ষি মণ্ডলৰ এটা তৰা তেওঁৰ নামত আছে৷
English: Pulah,
Assamese: পুলহ

79. Astronomy(Proper Noun-Masculine) A pandit(scholar/Rhishi) of ancient India. One of the seven stars of great bear named after him. প্ৰাচীন ভাৰতৰ এজন ঋষি৷ সপ্তৰ্ষি মণ্ডলৰ এটা তৰা তেওঁৰ নামত আছে৷
English: Pulastya,
Assamese: পুলস্ত্য

80. Astronomy(Proper Noun-Masculine) A pandit(scholar/Rhishi) of ancient India. One of the seven stars of great bear named after him. প্ৰাচীন ভাৰতৰ এজন ঋষি৷ সপ্তৰ্ষি মণ্ডলৰ এটা তৰা তেওঁৰ নামত আছে৷
English: Atri,
Assamese: অত্ৰি

81. Astronomy(Proper Noun-Masculine) A pandit(scholar) of ancient India. One of the seven stars of great bear named after him. প্ৰাচীন ভাৰতৰ এজন ঋষি৷ সপ্তৰ্ষি মণ্ডলৰ এটা তৰা তেওঁৰ নামত আছে৷
English: Bashishtha,
Assamese: বশিষ্ঠ

82. Astronomy(Abstract Noun) An encyclopedic book by Varahamihira. বৰাহমিহিৰে পঞ্চসিদ্ধান্তিকা নামৰ এটি মহাসংকলনগ্ৰন্থ ৰচনা কৰিছিল, যʼত তেওঁৰ জীৱনকালৰ সময়ৰ গ্ৰীক, মিছৰীয়, ৰোমান আৰু ভাৰতীয় জ্যোতিৰ্বিজ্ঞানৰ সাৰ লিপিবদ্ধ আছে৷
English: Pancha-Siddhantika,
Assamese: পঞ্চসিদ্ধান্তিকা

83. Astronomy(Proper Noun-Masculine) Varahamihira, also called Varaha or Mihir, was an Indian astronomer, mathematician, and astrologer who lived in Ujjain. He was born in Avanti region, roughly corresponding to modern-day Malwa, to Adityadasa, who was himself an astronomer. প্ৰাচীন ভাৰতৰ গুপ্ত সাম্ৰাজ্যৰ সমসাময়িক (আনুমানিক খ্ৰীঃ৫০৫ - খ্ৰীঃ৫৮৭) এজন বিখ্যাত দাৰ্শনিক, জ্যোতিৰ্বিজ্ঞানী, গণিতজ্ঞ আৰু কবি৷ তেওঁ পঞ্চসিদ্ধান্তিকা নামৰ এটি মহাসংকলনগ্ৰন্থ ৰচনা কৰিছিল, যʼত তেওঁৰ জীৱনকালৰ সময়ৰ গ্ৰীক, মিছৰীয়, ৰোমান আৰু ভাৰতীয় জ্যোতিৰ্বিজ্ঞানৰ সাৰ লিপিবদ্ধ আছে৷
English: Varahamihira,
Assamese: বৰাহমিহিৰ

84. Astronomy(Abstract Noun) Fourth day after new moon ( or full moon) night. পূৰ্ণিমা বা অমাৱশ্যাৰ পৰা চতুৰ্থ দিন৷
Assamese: চতুৰ্থী

85. Astronomy(Material Noun-Neuter) An exoplanet or extrasolar planet is a planet that orbits a star other than the Sun. সৌৰজগতৰ বাহিৰৰ, কোনো নক্ষত্ৰ সাপেক্ষে প্ৰদক্ষিণ কৰা গ্ৰহ৷
English: Exoplanet, extrasolar planet,
Assamese: বহিঃ গ্ৰহ

86. Astronomy(Material Noun-Neuter) a telescope used for observing terrestrial objects, which gives an image that is not inverted. পৃথিৱী পৃষ্ঠত থকা দূৰৰ বস্তু চাবলৈ ব্যৱহাৰ কৰা দূৰবীক্ষণ যন্ত্ৰ বিশেষ, যত প্ৰতিবিম্বটো ওলোটা নহয়৷
English: Terrestial Telescope,
Assamese: ভূবীক্ষণ

87. Astronomy(Material Noun-Neuter) a star whose brightness as seen from earth (its apparent magnitude) fluctuates নিৰ্গত হোৱা পোহৰৰ পৰিমাণ এক নিৰ্দ্দিষ্ট সময়ৰ ব্যৱধানত পৰিবৰ্তন হোৱা নক্ষত্ৰ৷ ধ্ৰুৱতৰা, বেটেলগিউজ আদি এইধৰণৰ নক্ষত্ৰ৷
English: variable star,
Assamese: পৰিবৰ্তনশীল তাৰকা, পৰিবৰ্তনশীল নক্ষত্ৰ

88. Astronomy(Common Noun-Common) পৃথিৱী ভিন্ন আন গ্ৰহৰ জীৱ
English: alien, E.T., extra-terrestrial,
Assamese: বহিঃজগতৰ প্ৰাণী, বহিৰ্বিশ্বৰ প্ৰাণী

89. Astronomy(Common Noun-Neuter) star that suddenly increases its luminosity and gradually returns to its original brightness বিষ্ফোৰিত তৰা, যাৰ উজ্জলতা হঠাৎ বাঢ়ি যায়৷
English: nova,
Assamese: ন`ভা

90. Astronomy(Proper Adj.-Neuter) Pertaining to star নক্ষত্ৰ সম্বন্ধীয়
English: stellar,
Assamese: নাক্ষত্ৰিক

91. Astronomy(Material Noun-Neuter) extremely bright and powerful explosion of a star অত্যাধিক বিষ্ফোৰিত ব্ৰহ্মাণ্ড তৰা; অধিস্ফোৰণ
English: supernova,
Assamese: অধিনৱ তৰা, অধিস্ফোৰণ, চুপাৰ ন’ভা

92. Astronomy(Abstract Noun) the orbit of the sun. সূৰ্যৰ কক্ষপথ
English: helio orbit,
Assamese: ৰবিমণ্ডল

93. Astronomy(Abstract Noun) The motion of a body, revolving opposite to the direction of rotation of the body around which it is revolving.
English: retrograde motion,
Assamese: পশ্বাদ গতি

94. AstronomyA solar flare is a relatively intense, localized emission of electromagnetic radiation in the Sun's atmosphere. Flares occur in active regions and are often, but not always, accompanied by coronal mass... from wikipedia.org
English: solar flare,
Assamese: সৌৰ শিখা

95. AstronomySolar time is a calculation of the passage of time based on the position of the Sun in the sky. The fundamental unit of solar time is the day, based on the synodic rotation period. Traditionally, there... from wikipedia.org
English: solar time,
Assamese: গড় সৌৰ সময়

96. AstronomyThe Kuiper belt ( KY-pər) is a circumstellar disc in the outer Solar System, extending from the orbit of Neptune at 30 astronomical units (AU) to approximately 50 AU from the Sun. It is similar to the... from wikipedia.org
English: Kuiper belt,
Assamese: কুইপাৰ পটি