All>Organizations

Items in Organizations


1. OrganizationsLiterature(Proper Noun-Neuter) Assam Sahitya Sabha is the biggest literary organization in Assam. It was established in 1917 AD with a mission to work for development of Assamese language. Presently it has about one thousand branches all over Assam and also outside the state. The central office is at Jorhat a city of historical importance. The branches and the district units also have their offices in their respective places. The first name of this Society was "Sadau Asam Sahitya Sanmilan" but in 1924 May 5th changed this name and in 1944 registered a new name "Assam Sahitya Sabha". The first conference was held in the month of December 1917 under the presidentship of Padmanath Gohain Baruah, a big name in the history of modern Assamese literature. The Symbol of this organization was drawn on 28th October 1960 by artist Jugal Das. Now Kanak sen Deka is the president of this organization and he also a editor of Assamese daily 'Dainik Agradoot'. "Sira Senehi Mor Bhasa Janani" and "O mor Aponar Desh" is opening and closing songs of Asom Sahitya Sabha. অসম সাহিত্য সভা অসমৰ এটা উল্লেখযোগ্য সাহিত্য অনুষ্ঠান ৷ অসমীয়া ভাষা-সাহিত্যৰ সৰ্বাঙ্গীন উন্নতিৰ কাৰণে ১৯১৭ চনত ইয়াক প্ৰতিষ্ঠা কৰা হয় ৷ বৰ্তমান এহেজাৰৰো আধিক শাখা থকা এই অনুষ্ঠানটোৰ অসমৰ বাহিৰতো শাখা আছে ৷ ইয়াৰ মুখ্য কাৰ্য্যালয়টো আছে যোৰহাটত ৷ আনহাতে অসমৰ অন্যান্য প্ৰধান ঠাইসমূহতো ইয়াৰ একোটা কাৰ্য্যালয় আছে ৷ এই অনুষ্ঠানটিৰ প্ৰথম নাম আছিল "সদৌ আসাম সাহিত্য সন্মিলনী" আৰু ১৯২৪ চনৰ ৫ মে'ত ইয়াক পৰিবৰ্তন কৰি ১৯৪৪ চনৰ পৰা ইয়াক " অসম সাহিত্য সভা" হিচাবে গ্ৰহণ কৰা হয় ৷ ইয়াৰ প্ৰথম সন্মিলনখন অনুষ্ঠিত হৈছিল ১৯১৭ চনৰ ডিচেম্বৰ মাহত পদ্মনাথ গোহাঞি বৰুৱাৰ সভাপতিত্বত ৷ এই সভাৰ প্ৰতীকটো অংকন কৰিছিল ১৯৬০ চনৰ ২৮ অক্টোবৰত শিল্পী যুগল দাসে ৷ বৰ্তমান এই সভাৰ সভাপতি হ'ল 'অগ্ৰদূত' কাকতৰ সম্পাদক কনক সেন ডেকা ৷ এই সভাৰ আৰম্ভণি আৰু সমাপ্তি গান দুটা হ'ল ক্ৰমে "চিৰ চেনেহী মোৰ ভাষা জননী" আৰু "অ' মোৰ আপোনাৰ দেশ"৷
English: Assam Literary Society,
Assamese: অসম সাহিত্য সভা,
Karbi: Assam Lamet Amei,
Dimasa: Asam Lairidim Mel

2. Organizations(Proper Noun) The premier literary organization of Misings. Dr. Bidhyeswar Doley is the current president of the organization. মিচিংসকলৰ সৰ্বপ্ৰধান সাহিত্য সভা
English: Mising Agom Kébang,
Assamese: মিচিং আগম কেবাং

3. Organizations(Abstract Noun) A politically and socially active student body of Assam অসমৰ ৰাজনৈতিক আৰু সামাজিক ভাৱে সক্ৰিয় ছাত্ৰসকলৰ এটা গোট৷
English: AASU, All Assam Students Union,
Assamese: আছু, সদৌ অসম ছাত্ৰ সন্থা

4. Organizations(Proper Noun-Neuter) a government sector Navaratna company dedicated to exploring and marketing petroleum products with major operations in upper Assam. খাৰুৱা তেল আহৰণ আৰু বিপণনৰ দায়িত্বত থকা এটা চৰকাৰী খণ্ডৰ নৱৰত্ন কোম্পানী৷ তেওঁলোকৰ অধিকাংশ তৈলক্ষেত্ৰ উজনি অসমত৷
English: oil, Oil India, Oil India Limited,
Assamese: অইল, অইল ইণ্ডিয়া, ভাৰতীয় তেল নিগম

5. Organizations(Proper Noun-Neuter) a Govt. of India department under the Railways Ministry. It owns and operates most of India's rail transport. It is the second largest railway network in Asia and fourth in the world. ৰেল মন্ত্ৰণালয়ৰ অধীনত ভাৰতত ৰেল সেৱা আগবঢ়োৱা এটা চৰকাৰী বিভাগ৷
English: Indian Railways,
Assamese: ভাৰতীয় ৰেল

6. OrganizationsCuisine-Food(Material Noun-Neuter) A mufti-national eatery chain, specially famous for their crispy chicken preparations. এখন বহুজাৰ্তিক ভোজনালয়-শৃংখল৷ মচ-মচীয়া ভজা মুৰ্গীৰ বাবে জনপ্ৰিয়৷
English: McDolands,
Assamese: মেকড’নাল্ড

7. Organizations(Common Noun-Neuter) a school attended after elementary school or middle school and usually consisting of classes from V to X or VIII to X প্ৰাথমিক বা মাধ্যমিক শিক্ষা সমাপন কৰাৰ পাছত ভৰ্ত্তি হোৱা আৰু পঞ্চমৰ পৰা দশম অথবা অষ্টমৰ পৰা দশমলৈকে শ্ৰেণীসমূহ থকা বিদ্যালয়
English: high school,
Assamese: উচ্চ বিদ্যালয়, উচ্চ মাধ্যমিক বিদ্যালয়, হাইস্কুল

8. Organizations(Common Noun-Common &/or Masculine) the highest-ranking executive officer in a large organization
English: director general,
Assamese: মহানিৰ্দেশক

9. Organizations(Proper Noun-Neuter) a member of a Nepalese regiment in the British army ব্ৰিটিছ সেনাৰ এটা ৰেজিমেণ্টৰ নাম
English: Gurkha,
Assamese: গোৰ্খা

10. Organizations(Proper Noun-Common &/or Masculine) one of the most important units of the Indian police organization that is headed by the Additional Director General of Police, it investigates some specified criminal cases assigned by the government.
English: Criminal Investigation department (C.I.D),
Assamese: অপৰাধ অনুসন্ধান বিভাগ

11. Organizations(Common Noun-Neuter) part of a district placed under the control of a police commissioner এজন পুলিচ আয়ুক্তৰ অধীনত স্থাপিত জিলাৰ এক প্ৰশাসনিক ভাগ
English: Commissionerate,
Assamese: আয়ুক্তালয়