Dictionary entry: অংক(Language: Assamese; Transcription: ong.ko)
Related words: অংকটো অংকত অংকবোৰ অংকৰ অঙ্ক মৌখিক অংক


Meaning 1:(Abstract Noun) 1. any of the Arabic figures of 1 through 9 and 0.
2. any of the symbols of other number systems, as 0 or 1 in the binary.
১৷ ১-ৰ পৰা ৯-লৈ আৰু ০ ৰ মাজৰ যিকোনো এটা সংখ্যা ২৷ অন্য সংখ্যা-প্ৰণালীৰ যিকোনো চিহ্ন

Synonym:
English: digit
Assamese: অংক
Space to image of অংক



Meaning 2:(Abstract Noun) A group of related sciences, including algebra, geometry, and calculus, which use a specialized notation to study number, quantity, shape, and space.
বিজ্ঞানৰ কেইটিমান সংলগ্ন বিষয়, যেনেঃ পাটীগণিত, জ্যামিতি, অৱকলন, অনুকলন আদিৰ সমূহীয়া অধ্যয়ন ৷ ইয়াতে সাংকেতিক চিহ্নৰ সহায়ত নম্বৰ, পৰিমাণ, আকাৰ আৰু স্থান আদি বুজোৱা হয় ৷
Space to image of অংক




2006 - 2022 © Xobdo.org