অন্তিম সংস্কাৰ(Language: Assamese; Transcription: )

Meaning:
(Abstract Noun) religious rites carried out after specified time since the actual demise of somebody for the peace of his/her soul.
মৃতকৰ আত্মাৰ সদ্‌গতিৰ অৰ্থে মৃত্যুৰ নিৰ্দ্ধাৰিত সময়ৰ পাছত পালন কৰা ধৰ্ম্মীয় ৰীতি-নীতি আৰু প্ৰাৰ্থনা।

Synonym:
English: requiem
Assamese: প্ৰেতক্ৰিয়া অন্তিম সংস্কাৰ শ্ৰাদ্ধ আদ্যশ্ৰাদ্ধ দহা কৰম-কানি শৰাধ প্ৰেতকৰ্ম্ম দহা-কাজ দশকৰ্ম

Related Ideas:
exequies funeral obsequies অগ্নিকৰ্ম অগ্নিকৰ্ম্ম




1996 - 2021 🄯 Xobdo.org