Learn
Crossword
Litikai
Proverbs
Dictionary
Home
অন্তিম সংস্কাৰ
(Language: Assamese; Transcription: )
Meaning:
(Abstract Noun)
religious rites carried out after specified time since the actual demise of somebody for the peace of his/her soul.
মৃতকৰ আত্মাৰ সদ্গতিৰ অৰ্থে মৃত্যুৰ নিৰ্দ্ধাৰিত সময়ৰ পাছত পালন কৰা ধৰ্ম্মীয় ৰীতি-নীতি আৰু প্ৰাৰ্থনা।
Synonym:
English:
requiem
Assamese:
প্ৰেতক্ৰিয়া
অন্তিম সংস্কাৰ
শ্ৰাদ্ধ
আদ্যশ্ৰাদ্ধ
দহা
কৰম-কানি
শৰাধ
প্ৰেতকৰ্ম্ম
দহা-কাজ
দশকৰ্ম
Related Ideas:
exequies
funeral
obsequies
অগ্নিকৰ্ম
অগ্নিকৰ্ম্ম
About
Privacy
Policy
Statistics
Archive
Unicode
Projects
1996 - 2021 🄯 Xobdo.org