Dictionary entry:
অভ্ৰ(Language: Assamese; Transcription: o.bhro)Meaning 1:
(Abstract Noun) the atmosphere and outer space as viewed from the earth
ভুপৃষ্ঠৰ পৰা দেখা পোৱা বায়ুমণ্ডল, মহাকাশ আৰু তাত থকা বিভিন্ন বস্তু যেনে - ডাৱৰ, তৰা, চন্দ্ৰ, বেলি আদি
Meaning 2:
(Material Noun) a collection of particles made of water vapor, dust and icicles above the earth's surface which is visible with naked eyes
পৃথিৱীপৃষ্ঠৰ ওপৰত খালি চকুৰে দেখা পোৱা জলীয় বাষ্প, ধূলিকণা আৰু হিমকণাৰে গঠিত কণাৰ এক সংগ্ৰহ বা সমষ্টি
Related Ideas: cloud অম্বুধৰ অম্বুবাহ অম্বুবাহী অম্বুমুচ
Meaning 3:
(Material Noun) any of various minerals consisting of hydrous silicates of aluminum or potassium etc. that crystallize in forms that allow perfect cleavage into very thin leaves; used as dielectrics because of their resistance to electricity
এলুমিনিয়াম বা পটাছিয়াম আদিৰ আৰ্দ্ৰ চিলিকেটৰ দ্বাৰা গঠিত খনিজ পদাৰ্থ, যি স্ফটিকলৈ ৰূপান্তৰিত হৈ অতি পাতল পাতৰ সৃষ্টি কৰে; ইয়াৰ প্ৰচূৰ বিদ্যুত্ ৰোধক ক্ষমতা আছে বাবে বৈদ্যুতিক সঁজুলিত ব্যৱহাৰ হয় ৷
Related Ideas: sand বালি বালু shyiap leingoi