Dictionary entry: আকাশ(Language: Assamese; Transcription: a.kax)
Related words: আকাশক আকাশকে আকাশখন আকাশখনক আকাশখনত আকাশখনলৈ আকাশখনহে আকাশখনে আকাশখনৰ আকাশত আকাশতে আকাশলৈ আকাশে আকাশেই আকাশেও আকাশেদি আকাশো আকাশৰ আকাশৰপৰা আকাশৰে


Meaning 1:(Abstract Noun) the atmosphere and outer space as viewed from the earth
ভুপৃষ্ঠৰ পৰা দেখা পোৱা বায়ুমণ্ডল, মহাকাশ আৰু তাত থকা বিভিন্ন বস্তু যেনে - ডাৱৰ, তৰা, চন্দ্ৰ, বেলি আদি
Space to image of আকাশ




2006 - 2021 © Xobdo.org