Dictionary entry:
ঐকান্তিকতা(Language: Assamese; Transcription: oi.kan.ti.ko.ta)Meaning 1:
(Abstract Noun) the ability or the process of thinking about without distraction and working hard in one direction.
লক্ষ্যৰ পৰা অলপো বিচলিত নোহোৱাকৈ কোনো দিশত চিন্তা কৰা আৰু কঠোৰ পৰিশ্ৰম কৰাৰ সামৰ্থ্য আৰু প্ৰক্ৰিয়া
Related Ideas: concentrate আত্মনিবেশ কৰ্ মনোনিবেশ কৰ্