Dictionary entry:
খ(Language: Assamese; Transcription: kho)Meaning 1:
(Abstract Noun) the atmosphere and outer space as viewed from the earth
ভুপৃষ্ঠৰ পৰা দেখা পোৱা বায়ুমণ্ডল, মহাকাশ আৰু তাত থকা বিভিন্ন বস্তু যেনে - ডাৱৰ, তৰা, চন্দ্ৰ, বেলি আদি
Meaning 2:
(Abstract Noun) Second letter of Assamese list of consonants
অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ দ্বিতীয় বৰ্ণ
Dictionary entry:
খ(Language: Tai; Transcription: kho)Meaning 1:
(Abstract Noun) one part of a big book/report
কোনো কিতাপ বা প্ৰতিবেদনৰ কোনো এটা বিষয়ৰ ওপৰত লিখা অংশ