খাই মাৰ্(Language: Assamese; Transcription: khai mar)

Meaning:
(Verb-Trans.) to break the rest, calm or quiet by repeatedly interfering one`s actions
কাৰোবাৰ কামত বাৰম্বাৰ বাধা জন্মাই শান্তি ভংগ কৰ্

Synonym:
English: annoy bother disturb vex exasperate
Assamese: ব্যাহত কৰ আমনি দে ত্যক্ত কৰ জলা-কলা কৰ্ খাই মাৰ ক্ষুণ্ণ কৰ বিৰক্ত কৰ্ জ্বালাতন কৰ খাই মাৰ্ দিগদাৰি কৰ্ জুলুম কৰ ব্যতিব্যস্ত কৰ্ আমনি কৰ্
Meeteilon: wai chinba waabeeba
Dimasa: digdari klai esisi dibinsibin phejen

Related Ideas:
averse inconvenient unfriendly অসুচল অসুবিধাজনক




1996 - 2021 🄯 Xobdo.org