Learn
Litikai
Proverbs
Dictionary
Home
টাটকীয়া
(Language: Assamese; Transcription: ta.to.ki.ya)
Related words:
null
Meaning 1
:
(Common Noun)
a person who can do tricks as entertainment.
যাদুৰ কৌশল জনা লোক৷
Synonym:
English:
conjuror
magician
Assamese:
বাজিকৰ
যাদুকৰ
ভেল্কীবাজ
টাটকীয়া
বাজীকৰ
Dimasa:
muphungyah
Related Ideas:
juggler
ঐন্দ্ৰজালিক
বাজিকৰ
বাজীকৰ
magic
ইন্দ্ৰজাল
বাজি
ভেলেকী
ভোজবাজী
Meaning 2
:
(Proper Adj.)
one who befools others by using dishonest trick.
আনক অসৎ বুদ্ধিৰে বুৰ্ব্বক সজোৱা লোক।
Synonym:
English:
cunning
vulpine
deceitful
Assamese:
নোমটেঙৰ
ফন্দিয়াৰ
ঘঁটীয়া
ফুট-মণিয়াৰ
ফন্দিয়ক
ধূৰ্ত্ত
মহাফন্দ
টাটকীয়া
শিয়াল-টেঙৰ
শলাল
খলুৱা
দুৰ্বুদ্ধি
টাংটিঙালী
বিটলীয়া
সলি-সিয়ান
কুটবুদ্ধি
সিয়ান
Related Ideas:
deceit
deception
fraud
trickery
varnish
About
Privacy
Policy
Projects
2006 - 2021
©
Xobdo.org