Dictionary entry: ত্ৰিদিৱ(Language: Assamese; Transcription: tri.diw)


Meaning 1:(Abstract Noun) The place of existence (sometimes held to exist in our own universe) in religions and spiritual philosophies, typically described as the holiest possible place, accessible by people according to various standards of divinity (goodness, piety, etc.).
ধৰ্মীয় আৰু আধ্যাত্মিক দৰ্শনত উল্লেখিত এখন ঠাই, যাক আটাইতকৈ পৱিত্ৰ ঠাই হিচাপে গণ্য কৰা হয় আৰু মানুহে নিজৰ কৰ্মফল অনুসৰি এই ঠাইলৈ যোৱাৰ যোগ্যতা অৰ্জন কৰে বুলি ভবা হয়৷

Synonym:
All: स्वर्ग
English: paradise heaven
Assamese: অক্ষয়লোক সুৰপুৰ অমৰ্ত্যলোক স্বৰ্গলোক ধ্ৰুৱলোক দীপ্তক ত্ৰিদিৱ গোলোক শক্ৰভৱন সুৰালয় দেৱালয় স্বৰ্গধাম দেৱসভা নিজানন্দ অমৰালয় দিব্যধাম নিত্যধাম সৰ্গ ত্ৰিদশালয় ইন্দ্ৰপুৰী ইন্দ্ৰসভা ঋভুক্ষ দেৱভৱন স্বঃ সুৰপুৰী বিষ্ণুপুৰী অমৰাৱতী দিব্যলোক সুধৰ্মসভা সৰগ বৈকুণ্ঠ ইন্দ্ৰলোক ইন্দ্ৰৰাজ্য বৈকুণ্ঠপুৰী দেৱভূমি ঊৰ্ধ্বলোক অমৃতলোক অমৰলোক আনন্দধাম স্বৰ্গপুৰী সুধৰ্মা অনন্তধাম স্বৰ্গ পৰম্পদ সুৰলোক আনন্দলোক দেৱলোক দেৱপুৰী ঊৰ্দ্ধলোক পুণ্যলোক অমৰধাম দিব অক্ষয়ধাম সুৰসদন অনন্তপুৰম অমৰ্ত্যভুৱন স্বৰ্গৰাজ্য সুখাধাৰ অময়াপুৰী দেৱপুৰ সুৱালয় ইন্দ্ৰালয় স্বাৰাজ্য বেহেস্ত
Bodo: सोरगो सोर्गोपुरि सोरगोफ़ुरि गोजोनफ़ुरि
Karbi: sorok
Hmar: vânram zion
Dimasa: dambra
Nepali: बैकुण्ठपुरी अम‌य‌ापुरी
Deori: achi giri achi pichho
Space to image of ত্ৰিদিৱ


Related Ideas: hades পৰলোক লোকান্তৰ সিপুৰী dambraabyss gehenna hell purgatory নৰক



Meaning 2:(Abstract Noun) the atmosphere and outer space as viewed from the earth
ভুপৃষ্ঠৰ পৰা দেখা পোৱা বায়ুমণ্ডল, মহাকাশ আৰু তাত থকা বিভিন্ন বস্তু যেনে - ডাৱৰ, তৰা, চন্দ্ৰ, বেলি আদি
Space to image of ত্ৰিদিৱ




2006 - 2021 © Xobdo.org