Learn
Litikai
Proverbs
Dictionary
Home
Dictionary entry:
দ্যৌ
(Language: Assamese; Transcription: dyou)
Meaning 1
:
(Abstract Noun)
the atmosphere and outer space as viewed from the earth
ভুপৃষ্ঠৰ পৰা দেখা পোৱা বায়ুমণ্ডল, মহাকাশ আৰু তাত থকা বিভিন্ন বস্তু যেনে - ডাৱৰ, তৰা, চন্দ্ৰ, বেলি আদি
Synonym:
English:
sky
Assamese:
নভঃ
বিয়ৎ
মহাবিল
ৰোদসী
দেৱপথ
মৰুদ্বৰ্ত্ম
গগন
ত্ৰিবিষ্টপ
উড়ুপথ
নভস
বায়ুপথ
পুষ্কৰ
নভ
পৱনমাৰ্গ
অক্ষৰ
বিমান
ত্ৰিদিৱ
দ্যৌ
দ্যু
পৱনপথ
দ্যো
শূন্যতল
দ্যুলোক
সুৰবৰ্ত্ম
নাক
বিহায়
লোকালোক
অভ্ৰক
ঘনাশ্ৰয়
মেঘৱৰ্ত্ম
খ
মেঘবৰ্ত্ম
সুৰপথ
আকাশ
অনঙ্গ
নীলিমা
অম্বৰ
ঘনবীথি
মেঘাবেশ্ম
তৰাপথ
পুৰৱৰ্ত্ম
ত্ৰিপিষ্টপ
অভ্ৰ
ৰোদঃ
নভস্থল
ক্ৰন্দসী
ব্যোম
বায়ুৱৰ্ত্ম
মেঘাস্পদ
Bodo:
अख्रां
Mising:
Do:mir
domvr
Khasi:
suiñ bneng
ka suiñbneng
Garo:
bangbang
salgi
Meeteilon:
atiya
nongdon
Bishnupriya Manipuri:
হাগ
Mizo (Lushai):
vân
Karbi:
sining
Sengpi
Singring
suneng
Hmar:
vân
Nagamese:
asman
akas
Dimasa:
nokhasao
Tai:
ফা
Hindi:
आसमान
Nepali:
अकाश
गगन
आकाश
Hajong:
আকাছ
About
Privacy
Policy
Projects
2006 - 2021
©
Xobdo.org