ধাৰাসাৰ(Language: Assamese; Transcription: dha.ra.xar)

Meaning:
(Proper Adj.) Uninterrupted in time and indefinitely long continuing.
একেৰাহে বহুত সময় ধৰি চলি থকা|

Synonym:
English: continual unhindered non-stop unending ceaseless incessant
Assamese: বিৰামহীন ৰমৰমীয়া ধাৰাসাৰ অবিৰল নিৰৱচ্ছিন্ন বিৰতিবিহীন অবাধ লেথাৰি-নিছিগা অবিৰত নিৰৱকাশ ধাৰাবাহিক লেলপেল অবিশ্ৰান্ত নিৰন্তৰ অবিচ্ছিন্ন নেৰানেপেৰা অনৱচ্ছিন্ন লেথাৰি নিছিগা অবিৰাম

Related Ideas:
ceaselessly constantly continually continuously incessantlycontinuity ধাৰাবাহিকতা নিৰৱচ্ছিন্নতা




1996 - 2021 🄯 Xobdo.org