Dictionary entry: নীলিমা(Language: Assamese; Transcription: ni.li.ma)


Meaning 1:(Abstract Noun) the pure color of a clear sky; the primary color between green and violet in the visible spectrum, an effect of light with a wavelength between 450 and 500 nm.
ফৰকাল আকাশৰ বিশুদ্ধ ৰং; সূৰ্য্য ৰশ্মিৰ সেডজীয়া আৰু বেগুণীয়াৰ মাজৰ ৰং, ৪৫০ আৰু ৫০০ নেন’মিটাৰৰ ভিতৰত তৰঙ্গ দৈৰ্ঘ্য-বিশিষ্ট পোহৰৰ প্ৰভাৱ
Space to image of নীলিমা


Related Ideas: azure sky-blue আকাশী নীলা



Meaning 2:(Abstract Noun) the atmosphere and outer space as viewed from the earth
ভুপৃষ্ঠৰ পৰা দেখা পোৱা বায়ুমণ্ডল, মহাকাশ আৰু তাত থকা বিভিন্ন বস্তু যেনে - ডাৱৰ, তৰা, চন্দ্ৰ, বেলি আদি
Space to image of নীলিমা




2006 - 2021 © Xobdo.org