Dictionary entry: পুষ্কৰ(Language: Assamese; Transcription: pus.kor)


Meaning 1:(Common Noun) An aquatic plant native to southern asia and australia, having large leaves, fragrant, pinkish flowers, a broad, rounded, perforated seedpod, and fleshy rhizomes.
ডাঙৰ-ডাঙৰ পাত, গুলপীয়া ৰঙৰ সুগন্ধি ফুল, বহল, ঘূৰণীয়া, ফুটা থকা গুটিৰ আধাৰ আৰু মঙহাল শিপা যুক্ত, দক্ষিণ এছিয়া আৰু অষ্ট্ৰেলিয়াৰ এবিধ জলজ উদ্ভিদ।
Space to image of পুষ্কৰ


Related Ideas: water lily উত্পল উৎপল কুমুদ ভেটফুলক্ৰৌঞ্চাদন পদুমৰ নলা পদ্মনাল পদ্মপলাশ মৃণালঅব্জিনী কমলিনী পছম-বন পদুমণি pamibarling



Meaning 2:(Abstract Noun) the atmosphere and outer space as viewed from the earth
ভুপৃষ্ঠৰ পৰা দেখা পোৱা বায়ুমণ্ডল, মহাকাশ আৰু তাত থকা বিভিন্ন বস্তু যেনে - ডাৱৰ, তৰা, চন্দ্ৰ, বেলি আদি
Space to image of পুষ্কৰ




2006 - 2021 © Xobdo.org