Dictionary entry: ফা(Language: Tai; Transcription: fa)


Meaning 1:(Abstract Noun) A colorless, odorless, tasteless, gaseous mixture, mainly nitrogen (approximately 78 percent) and oxygen (approximately 21 percent) with lesser amounts of argon, carbon dioxide, hydrogen, neon, helium, and other gases. This mixture with varying amounts of moisture and particulate matter, envelops the earth.
কেইবাবিধো গেছীয় পদাৰ্থৰ এক বৰ্ণহীন, স্বাদহীন মিশ্ৰণ, য’ত প্ৰধানকৈ নাইট্ৰোজেন (প্ৰায় ৭৮ শতাংশ) আৰু অম্লজান বা অক্সিজেন (প্ৰায় ২১ শতাংশ) থাকে আৰু লগতে থাকে আৰ্গন, কাৰ্বন-ডাই-অক্সাইদ, হাইদ্ৰোজেন, নিয়’ন, হিলিয়াম আৰু অন্য কেতবোৰ গেছৰ সামান্য অংশ ৷ ভিন্ন পৰিমাণৰ জলীয় বাষ্প আৰু গোটা বস্তুৰ কণিকাৰে সৈতে এই মিশ্ৰণটোৱে পৃথিৱীখনক আৱৰি থাকে ৷
Space to image of ফা


Related Ideas: wind অগ্নিবৰ্দ্ধক অগ্নিবৰ্ধক অনিল গন্ধবহatmosphere বায়ুমণ্ডলgas গেছ ges manil haihudi



Meaning 2:(Material Noun) the part of the inner surface of the hand that extends from the wrist to the bases of the fingers
সৰু-গাঁঠিৰ পৰা আঙুলিৰ গুৰিলৈকে বিস্তৃত হাতৰ ভিতৰ-পৃষ্ঠৰ অংশটো

Synonym:
English: palm
Assamese: ৰিঙ্গ তলুৱা
Bodo: आखाइ थारखा
Mising: lakpo
Karbi: ripak
Dimasa: yaopha
Apatani: lapyo
Tai: ফা টিন্ ফা
Nepali: हत्केलो
Deori: otun yopa
Space to image of ফা


Related Ideas: claw হাতোৰা



Meaning 3:(Abstract Noun) the atmosphere and outer space as viewed from the earth
ভুপৃষ্ঠৰ পৰা দেখা পোৱা বায়ুমণ্ডল, মহাকাশ আৰু তাত থকা বিভিন্ন বস্তু যেনে - ডাৱৰ, তৰা, চন্দ্ৰ, বেলি আদি
Space to image of ফা



Meaning 4:(Abstract Noun) Violent atmospheric disturbance with strong wind and usually with thunder, hail and rain.
তীব্ৰ বতাহ আৰু সাধাৰণতে শিলাবৃষ্টিৰে সৈতে হোৱা ভয়ঙ্কৰ বায়ুমণ্ডলীয় বিসংগতি।
Space to image of ফা



Meaning 5:(Material Noun) An upright structure of masonry, wood, plaster, or other building material serving to enclose, divide, or protect an area, especially a vertical construction forming an inner partition or exterior siding of a building.
কোনো এলেকা আৱৰা, ভাগ কৰা বা ৰক্ষা কৰাৰ উদ্দেশ্যে পকা, কাঠ বা অন্য নিৰ্মাণ সামগ্ৰীৰে নিৰ্মাণ কৰা এক থিয় গাঁথনি
Space to image of ফা



Meaning 6:(Verb-Trans.) To pull apart or in pieces by force.
বলেৰে কোনো বস্তুক খণ্ড-খণ্ড কৰ্|
Space to image of ফা


Related Ideas: splitted ফলীয়া




2006 - 2021 © Xobdo.org