মনোযোগ(Language: Assamese; Transcription: mo.no`.jo`g)

Meaning:
(Abstract Noun) the ability or the process of thinking about without distraction and working hard in one direction.
লক্ষ্যৰ পৰা অলপো বিচলিত নোহোৱাকৈ কোনো দিশত চিন্তা কৰা আৰু কঠোৰ পৰিশ্ৰম কৰাৰ সামৰ্থ্য আৰু প্ৰক্ৰিয়া

Synonym:
English: concentration
Assamese: চিত্তসংযোগ আত্মনিবেশ একাগ্ৰতা মনোনিবেশ অনন্যমন মনোযোগ তন্ময়তা টেলাই নিষ্ঠা মগ্নতা ঐকান্তিকতা একাগ্ৰচিত্ততা নিবিষ্টতা একনিষ্ঠা

Related Ideas:
concentrate আত্মনিবেশ কৰ্ মনোনিবেশ কৰ্



Meaning:
(Verbal Noun) A general interest that leads people to want to know more.
কিবা জানিবলৈ একাগ্ৰভাৱে মন দিয়া কাৰ্য্য|

Synonym:
English: attention heed
Assamese: কাণসাৰ প্ৰণিধান মনকাণ আৱেশ তম্‌গম্‌ তদ্গদচিত্ততা মনোযোগ অৱধান নিবিষ্টচিত্ততা মনোনিৱেশ আবেশ অভিনিৱেশ
Bishnupriya Manipuri: মনযোগ
Tai: আৱ খাৱ

Related Ideas:
attention-getting catchy প্ৰণিধানযোগ্য




1996 - 2021 🄯 Xobdo.org