Dictionary entry:
লোকালোক(Language: Assamese; Transcription: lo`.ka.lo`k)Meaning 1:
(Abstract Noun) the atmosphere and outer space as viewed from the earth
ভুপৃষ্ঠৰ পৰা দেখা পোৱা বায়ুমণ্ডল, মহাকাশ আৰু তাত থকা বিভিন্ন বস্তু যেনে - ডাৱৰ, তৰা, চন্দ্ৰ, বেলি আদি
Meaning 2:
(Proper Noun) a belt of mountain, supposed to surround the outermost boundary of the world
পৃথিৱীখনক বেৰি থকা কাল্পনিক পৰ্ব্বত-বিশেষ