baraiBarak

Barail (English) [ IPA: [IPA] ASM: বৰাইল]
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-08-30
1. Hill-Mountain(Proper Noun-Common &/or Masculine) A hill range in Assam Manipur border. অসম মনিপুৰৰ সীমাত অৱস্থিত এক পৰ্বতমালা।
English: Barail,
Assamese: বৰাইল

Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-08-30
2. (Proper Noun-Neuter) A sanctury in southern Assam বৰাইল অভয়াৰণ্য এখন বন্যপ্ৰাণী অভয়াৰণ্য৷ ই মূলত কাছাৰ জিলাৰ দুখন সংৰক্ষিত বনাঞ্চল ক্ৰমে উত্তৰ কাছাৰ সংৰক্ষিত বনাঞ্চল আৰু বৰাইল সংৰক্ষিত বনাঞ্চল লগ হৈ গঠিত হৈছে৷
English: Barail,
Assamese: বৰাইল