Chilapatharchild

Chilarai (English) [ IPA: chilarai ASM: চিলাৰাই]
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2015-03-20
1. Historial(Proper Noun-Masculine) The younger brother of Nara Narayan, the king of the Kamata kingdom in the 16th century. He was Nara Narayan`s commander-in-chief. চিলাৰায় বা বীৰ চিলাৰায়ৰ (জন্ম:১৫১০ - মৃত্যু:১৫৭১) প্ৰকৃত নাম আছিল শুক্লধ্বজ৷ তেওঁৰ পিতৃ ষষ্ঠদশ শতিকাৰ কমতা ৰাজ্যৰ প্ৰতিষ্ঠাপক বিশ্বসিংহ, মাতৃ পদ্মাৱতী আৰু ভ্ৰাতৃ ৰজা নৰনাৰায়ণ৷ তেওঁ নৰনাৰায়ণৰ সুদক্ষ সেনাপতি আছিল৷ তেওঁ চিলাৰ দৰে চোঁ মাৰি ৰণ কৰিছিল, সেয়ে তেওঁক চিলাৰায় বুলিও জনা যায়৷