dao-blibdaobai

Dao-shibling (Dimasa) [ Roman: Dau.shib.ling]
Contributed by: Anuj J Phonglosa on 2008-04-29
1. Bird(Common Noun-Common) a bird resembling house sparrows that build retort shaped and complex nests using grass and mud. The nests are woven with long strips of paddy leaves, rough grasses and long strips torn from palm fronds. Each strip can be between 20-60cm in length. A male bird is known to make up to 500 trips to complete a nest. The birds use their strong beaks to strip and collect the strands, and to weave and knot them while building their nests. They are found in grasslands and found in Bengal, NE India and Southeast Asia. During the breeding season the males begin building nests. The nests are partially built when the males display to passing females by flapping their wings and calling while hanging to their nests. The call of the Baya males which is normally a sparrow-like chit-chit is followed by a long-drawn chee-ee in the breeding season. The females inspect and choose a nest before signalling their approval to a male. Once a male and a female are paired, the male goes on to complete the nest including the entrance tunnel, males are solely incharge of building the nests, though their female partners may join in giving the finishing touches. Studies have shown that nest location is more important than nest structure for the female decision making. ঘৰচিৰিকাৰ দৰে দেখাত এবিধ বনৰীয়া চৰাই যিয়ে ঘাঁহ আৰু বোকাৰে চুঙা আকৃতিৰ বাহ সাজে| খেৰৰ দীঘল টুকুৰা, ঘাঁহৰ ২০ৰ পৰা ৬০ চে.মি. দীঘল টুকুৰাৰে সজা দেখনিয়াৰ বাহবোৰ সাজোতে টোকোৰা চৰায়ে প্ৰায় ৫০০বাৰ এই সামগ্ৰীবোৰ অনা-নিয়া কৰিবলগা হয়| টোকোৰা চৰাইৰ ঠোঁটবোৰ বেছ শক্তিশালী যাৰে তাহাঁতে বাহ সজা সামগ্ৰীবোৰ ফালি আনি গুঁঠিব পাৰে| সাধাৰণতে অসম, বঙ্গ, উত্তৰ পূৰ্বাঞ্চল আৰু দক্ষিণ পূব এছিয়াৰ বনভূমিসমূহত ইহঁতক পোৱা যায়|যোৰা পতাৰ ঋতুত মতাবোৰে বাহসজা আৰম্ভ কৰি পাৰ হৈ যোৱা মাইকী টোকোৰা চৰাইবোৰক পাখি মেলি আৰু মাতি তাহাঁতৰ দৃষ্টি আকৰ্ষণ কৰিবৰ চেষ্টা কৰে| যোৰা পতাৰ বতৰত মতা টোকোৰা চৰাইৰ মাত সাধাৰণতে ঘৰচিৰিকাৰ চিত-চিত মাতৰ লগত এটা দীঘলীয়া চিইইৰ দৰে|মাইকী চৰাইবোৰে যোৰা পতাৰ আগেয়ে আহি বাহবোৰ নিৰীক্ষণ কৰি চায়| যোৰা পতাৰ পাছত দুয়ো লগ লাগি বাহটোৰ কাম শেষ কৰে| বিভিন্ন গৱেষণাই দেখুৱাইছে যে মাইকী টোকোৰা চৰাইৰ বাবে বাহটোৰ আকৃতিতকৈ তাৰ অৱস্থানহে বেছি গুৰুত্বপূৰ্ণ|