gaugaudao

Gauda (English)
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2015-08-02
1. Place(Proper Noun-Neuter) A ruined city on the India-Bangladesh border, most of the former citadel is located in present day the Malda district of West Bengal, India, এখন পৌৰাণিক ক্ষয়প্ৰাপ্ত চহৰ৷ পশ্চিম বংগত৷ গৌড়ৰ অন্য এটা নাম লক্ষণাৱতী। বেজবৰুৱাৰ মতে এই চহৰ ‘আমাৰ শংকলে কৰা’। অসমৰ পুৰণা মুচলমান সকল গৌড়ৰ পৰা অহা কাৰণে-গৰীয়া৷