GauripurGaussian distribution

Gaurisagar (English)
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2015-10-30
1. Historial(Material Noun-Neuter) In Shivasagar district a big pond built by king ShivaSingha in the year 1734.Three Daul (prayer house) is built in the bank. শিৱসাগৰ জিলাৰ প্ৰাচীন ৰজাদিনীয়া বৃহৎ পুখুৰী৷ ১৭৩৪ চনত ৰজা শিৱসিংহই খন্দোৱাই৷ দেৱা দুৰ্গা বা গৌৰীৰ নামত উৎসৰ্গিত৷ পাৰত তিনিটা দৌল আছে৷