haemorrhoidshag

Haflong (English) [ IPA: [IPA] ASM: হাফল্ং]
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-08-27
1. Place(Proper Noun-Neuter) Haflong is a town and headquarters of Dima Hasao district in India in the state of Assam. It is the only hill station in Assam হাফলং ভাৰতৰ অসমৰাজ্যৰ অন্তৰ্ভুক্ত ডিমা হাছাও জিলাৰ সদৰ ঠাই৷ অসমৰ পৰ্বতীয়া অঞ্চলসমূহৰ ভিতৰত হাফলং অন্যতম৷ইয়াৰ সাগৰৰ পৰা উচ্চতা প্ৰায় ৫১৩ মিটাৰ (১৬৮৩ ফুট)৷
English: Haflong,
Assamese: হাফলং