kundaKundt’s tube

Kundil (English) [ IPA: [IPA] ASM: কুণ্ডিল]
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-08-17
1. River(Proper Noun-Masculine) A tributary of Lohit কুণ্ডিল নৈ৷ এই নৈ খন অৰুণাচলৰ লোহিত জিলাৰ মাজেৰে আহি শদিয়া মহ্কুমাৰ বালিজান নৈৰ এটা শাখাৰ লগ হৈ ১৪ কি:মি: বৈ আহি কপৌ পানী নৈৰ লগ লাগি দক্ষিণ পশ্চিমমুৱা হৈ চাপাখোৱা নগৰৰ পূৱত ওলায় তাৰ পাচত ১৪ কি:মি: ভটিয়াই আহি কুণ্ডিল গাঁৱত লোহিতৰ সৈতে লগ লাগে৷
English: Kundil,
Assamese: কুণ্ডিল