Moscowmosho

Moses (English)
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2016-02-03
1. Religious-Mythological(Proper Noun-Masculine) A prophet in Abrahamic religions. According to the Hebrew Bible, he was a former Egyptian prince who later in life became a religious leader and lawgiver, to whom the authorship of the Torah is traditionally attributed. ইব্ৰাহিমীয় ধৰ্মত (ইহুদি, খ্ৰীষ্টান আৰু ইচলাম) এজন পয়গম্বৰ বা দেৱদুত বুলি মনা হয়৷ হিব্ৰু বাইবেলৰ মতে তেওঁ এজন ইজিপ্তৰ ৰাজকুমাৰ আছিল আৰু পাছলৈ ধৰ্মীয় গুৰু হলগৈ৷
English: Moses,
Assamese: মোজেচ