NagajariNagaland

Nagakhat (English)
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2015-08-22
1. Place(Proper Noun-Neuter) In Assam Nagaland border, some places were alloted to Nagas for marketing, fishing etc. These places were known as Nagakhat. ৰজা গদাধৰ সিংহই, অসম-নাগালেণ্ড সীমান্তত কিছুমান ঠাই নগাসকলৰ বাবে মুকলি কৰি দিছিল৷ এইবোৰক নগাখাট বোলে৷ নগাখাটবোৰ পৰিচালনা কৰিছিল অসমীয়া বিষয়া, নগা কটকীয়ে৷
English: Nagakhat,
Assamese: নগাখাট