pledgedplek plek

Pleiades (English) [ IPA: ˈpliːəˌdiːz ASM: প্লিয়াডিচ]
Contributed by: Aklantika Saikia on 2010-04-11
1. (Material Noun-Neuter) The third lunar mansion; in Hindu mythology they are referred as the six mothers of the war god Skanda, who developed six faces for each one of them; also known as the seven wives of the Saptarshi. বৃষ ৰাশিৰ ওচৰত থোপা বান্ধি থকা সাতোটা তৰাৰ তৃতীয় নক্ষত্ৰ; খালি চকুৰে আকাশত কৃত্তিকা নক্ষত্ৰ মণ্ডলৰ ছটা নক্ষত্ৰ দেখা যাই, এই ছটা নক্ষত্ৰক যুদ্ধৰ দেৱতা স্কন্দৰ ছয় মাতৃ বুলি কোৱা হয়; ভালদৰে মন কৰিলে ৰাতিৰ পৰিষ্কাৰ আকাশত কৃত্তিকাৰ সাতটা নক্ষত্ৰও খালি চকুৰে দেখিবলে পোৱা যায়, কোনো কোনোৱে এই সাতটা নক্ষত্ৰক সপ্তৰ্ষিৰ পত্নী বুলিও কয় ৷
English: Pleiades,
Assamese: কৃত্তিকা