autocratautogamy
autocratic (English) [ IPA: ˌɔtəˈkrætɪk ASM: অটক্ৰেটিক]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-05-13
English: autocratic, despotic,
Assamese: একনায়কত্ববাদী, ফেচিবাদী, মইমত, মইমতীয়া, মাতব্বৰী, যথেচ্ছাচাৰী, যাদৃচ্ছিক, স্বেচ্ছাচাৰী, স্বৈৰ, স্বৈৰাচাৰী, হিটলাৰী
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-05-13
autocratic (English) [ IPA: ˌɔtəˈkrætɪk ASM: অটক্ৰেটিক]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-05-13
1. (Proper Adj.-Masculine) a person, especially a ruler, who has unlimited power over other people, and often uses it unfairly and cruelly. নিজৰ ইচ্ছামতে শাসন কৰা অত্যাচাৰী শাসকৰ শাসন ব্যৱস্থা৷
Assamese: একনায়কত্ববাদী, ফেচিবাদী, মইমত, মইমতীয়া, মাতব্বৰী, যথেচ্ছাচাৰী, যাদৃচ্ছিক, স্বেচ্ছাচাৰী, স্বৈৰ, স্বৈৰাচাৰী, হিটলাৰী
Super Idea:
a. Common Noun-Common &/or Masculine: absolutist, autocrat, dictator, একনায়ক, একাধিপতি...Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-05-13
2. Political Science(Proper Adj.-Neuter) pertaining to or of the nature of autocracy or of an autocrat স্বৈৰতন্ত্ৰ অথবা স্বেচ্ছাচাৰী শাসকৰ স্বভাৱৰ বা সেই সম্পৰ্কীয়