bihdih-gnangbihoi

bihik (Kok-Borok)
Contributed by: Bonnie Debbarma on 2008-12-11
1. (Common Noun-Feminine) a man's partner in marriage; the female spouse. পুৰুষৰ বৈবাহিক জীৱনৰ সঙ্গী।
English: better half, wife,
Assamese: অংক-লক্ষ্মী, অংকশায়িনী, অঙ্কশায়ী, অৰ্ধাংগী, অৰ্ধাঙ্গিনী, কলত্ৰ, কান্তা, ক্ষেত্ৰ, গৃহলক্ষ্মী, ঘৈণী, ঘৈণীয়েক, ঘৰণী, ঘৰিণী, ঘৰুণী, জানি, জায়া, জীৱন-লগৰী, জীৱন-সঙ্গিনী, জৰু, তলোদৰী, তল্প, দাৰ, দাৰা, ধনিকা, ধৰ্মপত্নী, পত্নী, পাটীৰ তিৰোতা, পুৰন্ধ্ৰী, পৰিবাৰ, বনিতা, ভাৰ্যা, ভাৰ্য্যা, ল’ৰাহঁতৰ মাক, শয্যা-সহচৰী, শয্যাসংগিনী, সধৰ্মিণী, সধৰ্ম্মিণী, সহধৰ্মিণী, সহধৰ্মী, স্ত্ৰী,
Bodo: बिसि,
Mising: eraneng, miyeng,
Khasi: ka lok, ka tnga,
Garo: jik, jikgipa,
Meeteilon: Loynabi, taloi, yumburembi,
Mizo (Lushai): nupui,
Karbi: melo, milo, piso,
Kok-Borok: bihik, hik, nihik,
Nagamese: ghoini,
Dimasa: beehee,
Tai: মি, মে,
Nepali: पत्नी, बूढ़ी, श्रीमती,
Deori: মচি, মিচি

Opp. Gender:

a. Common Noun-Masculine: husband, আৰ্যপুত্ৰ, উপযন্তা, কান্ত, ক্ষেত্ৰী...
b. Common Noun-Masculine: husband, আৰ্যপুত্ৰ, উপযন্তা, কান্ত, ক্ষেত্ৰী...