cluckclueless

clue (English) [ IPA: ˈkluː ASM: ক্লু]
1. (Abstract Noun) A knowledge or understanding of something hidden. কোনো গুপ্ত/অজান বা ঢাক খাই থকা বস্তুৰ জ্ঞান অথবা তথ্য|

Contributed by: Anjal Borah (অঞ্জল বৰা) on 2006-04-06
2. (Abstract Noun) indication of the presence of something that is no longer present or in existence. পূৰ্বতে থকা কোনো বস্তুৰ একেবাৰে অস্তিত্ব নথকা বা ধৰিব নোৱাৰা অৱস্থা হোৱা ৷