commensalismcommentary

comment (English) [ IPA: ˈkɑˌment ASM: ক’মেণ্ট]
1. (Abstract Noun) A statement that expresses a personal opinion or belief or adds information. কোনো কথা বা কাৰ্য্যৰ ওপৰত ক’ব লগীয়া কথা, য’ত নিজৰ মতামত, বিশ্বাস অথবা অভিপ্ৰায় জড়িত হৈ থাকে ৷

Contributed by: Priyankoo (প্ৰিয়ংকু) on 2006-03-17
2. (Verbal Noun) The reactions on something usually for betterment. সাধাৰণতে ভালৰ কাৰণে কৰা কোনো প্ৰতিক্ৰিয়া
English: comment, feedback,
Assamese: সহাঁৰি,
Khasi: batai