composecomposer

composed (English) [ IPA: kəmˈpoʊzd ASM: কম্প’জড]
Contributed by: Prasenjit Khanikar on 2007-12-16
1. (Verbal Adj.) produced by writing, composing (Specially used for music, literature etc.) গদ্য, পদ্য, বা কোনো পুথি লিখা কাৰ্য্য; গীত অথৱা সংগীত ৰচনা কৰাৰ ক্ষেত্ৰতো ব্যৱহাৰ হয়

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-12-04
2. (Verbal Adj.) given tune to or written the music of গীতত সুৰ দিয়া বা সুৰ সংৰচনা কৰা

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-12-13
3. (Proper Adj.-Common) calm and relaxed, free from agitation especially in times of stress শান্ত আৰু সুস্থিৰ মনৰ, সমস্যাৰ সন্মুখীন হ’লেও অস্থিৰ নোহোৱা