Learn
Crossword
Litikai
Proverbs
Dictionary
Home
concentration
(Language: English; Transcription: কনচেনট্ৰেচন)
Meaning:
(Abstract Noun)
the ability or the process of thinking about without distraction and working hard in one direction.
লক্ষ্যৰ পৰা অলপো বিচলিত নোহোৱাকৈ কোনো দিশত চিন্তা কৰা আৰু কঠোৰ পৰিশ্ৰম কৰাৰ সামৰ্থ্য আৰু প্ৰক্ৰিয়া
Synonym:
English:
concentration
Assamese:
একাগ্ৰচিত্ততা
নিবিষ্টতা
একনিষ্ঠা
চিত্তসংযোগ
আত্মনিবেশ
একাগ্ৰতা
মনোনিবেশ
অনন্যমন
মনোযোগ
তন্ময়তা
টেলাই
নিষ্ঠা
মগ্নতা
ঐকান্তিকতা
Related Ideas:
concentrate
আত্মনিবেশ কৰ্
মনোনিবেশ কৰ্
About
Privacy
Policy
Statistics
Archive
Unicode
Projects
1996 - 2021 🄯 Xobdo.org