electronicselectrostatics

electroplating (English) [ IPA: ɪˈlektrəˌpleɪtɪŋ ASM: ইলেকট্ৰ’প্লেটিং]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-02-26
1. Physics(Verbal Noun) The process of coating the surface of a conducting material with a metal. During the process, the surface to be covered acts as a cathode in an electrolytic cell, and the metal that is to cover it acts as an anode বিদ্যুত পৰিবাহী বস্তুৰ উপৰিপৃষ্ঠ ত ধাতুৰ আৱৰণ দিয়া প্ৰক্ৰিয়া৷ এই প্ৰক্ৰিয়াত আৱৰণ দিবলগীয়া পৃষ্ঠটোৱে এটা বিদ্যুত কোষৰ কেথ’ড আৰু ধাতুটোৱে এন’ড ৰূপে ক্ৰিয়া কৰে৷