fingernailfinial

fingerprint (English) [ IPA: fingerprint ASM: ফিংগাৰপ্ৰিণ্ট]
Contributed by: Atul Ch. Kakoti on 2010-09-30
Ref: হেমকোষ (পুৰণি)
1. Legal(Material Noun-Neuter) A print made by an impression of the ridges in the skin of a finger; often used for biometric identification in criminal investigations. আঙুলিৰ পতাৰ ছালত থকা মিহি সিৰা বিলাকৰ চাপৰ সাঁচ; সাধাৰণতে অপৰাধীক চিনাক্ত কৰাৰ বাবে ব্যৱহাৰ কৰা হয়৷