gongegonggee

gonggang (Garo)
Contributed by: Mousumi Konwar on 2023-08-11
1. Reptile(Common Noun-Common) a large water frog, Common in northern India, the bullfrog is prized for its meat in south-east Asian countries , having a deep voice. বৰ ডাঙৰ জাতৰ পানী বেং৷ সাধাৰণতে বাৰিষা কালত কোনো পুখুৰীত থাকি বৰ ডাঙৰ শব্দ কৰি ৰাতি মাতি থাকে৷ ইয়াক কোনো কোনো দেশত খাদ্য হিচাপেও ব্যৱহাৰ কৰা হয়৷