gowatatagowri

gown (English) [ IPA: ˈgæʊn ASM: গাউন]
Contributed by: Prasanta Borah (প্ৰশান্ত বৰা) on 2010-08-14
1. (Material Noun-Neuter) A woman's dress, usually with a close-fitting bodice and a long flared skirt. মহিলাৰ ডিঙিৰ পৰা ভৰিলৈকে আৱৰা, ককালৰ ওপৰত টান আৰু তলৰফালে ঢিলা বহিঃবস্ত্ৰ৷
English: gown,
Assamese: গাউন

Contributed by: Partha P Sarmah on 2011-08-15
2. Textile(Material Noun-Neuter) the official robe of a university graduate and those present on the convocation dais. বিস্ববিদ্যালয়ৰ দীক্ষান্ত সমাৰোহত ডিগ্ৰী পোৱা ছাত্ৰ-ছাত্ৰী আৰু মঞ্চত উপস্থিত থকা বিশিষ্টলোক সকলে পিন্ধা বিশেষ পোছাক৷
English: gown,
Assamese: গাউন