Dictionary entry: horse(Language: English; IPA: ˈhɔrs; Assamese: হৰ্চ)
Related words: mare


Meaning 1:(Common Noun) A large hoofed mammal (Equus caballus) having a short-haired coat, a long mane, and a long tail, domesticated since ancient times and used for riding and for drawing or carrying loads.
চুটি নোম, দীঘল কেশৰ আৰু নেজ থকা এবিধ খুৰাযুক্ত জন্তু, যাক প্ৰাচীন কালৰে পৰাই ঘৰচীয়া জন্তু হিচাপে উঠি ফুৰিবলৈ আৰু বস্তু-বাহানি কঢ়িয়াবলৈ ব্যৱহাৰ কৰি অহা হৈছে ৷
Space to image of horse


Related Ideas:
1. কুনকী 2. colt foal অশ্বশাৱক ঘোঁৰা পোৱালি gorai basa 3. animal beast ইতৰ প্ৰাণী জন্তু জানোৱাৰ




2006 - 2022 © Xobdo.org