hyptis suaveolenshysteria

hysteresis (English) [ IPA: ˌhɪstəˈriːsəs ASM: হিষ্টিৰেচিচ]
Ref: বিজ্ঞান আভিধান-প্ৰথম খণ্ড
1. Physics(Abstract Noun) the lagging of an effect behind its cause; especially the phenomenon in which the magnetic induction of a ferromagnetic material lags behind the changing magnetic field কৰ্মফল তাৰ কাৰকতকৈ পিছ পৰি থকা অৱস্থা; বিশেষকৈ এনে এক পৰিঘটনা, য’ত কোনো চৌম্বকীয় পদাৰ্থৰ চুম্বকীয় আৱেশ পৰিৱৰ্তিত চুম্বকীয় ক্ষেত্ৰখনতকৈ পিছ পৰি থাকে।
English: hysteresis,
Assamese: শিথিলতা