imoimpacted
impact (English) [ IPA: ɪmˈpækt ASM: ইমপেক্ট]
English: bump, collide, impact, knock, pat, strike, tap,
Assamese: খুন্দা খা, খুন্দা মাৰ্, খুন্দিয়া, ঠেকা খা, সংঘৰ্ষ ঘট্,
Mising: demke, tup,
Meeteilon: theenba,
Karbi: ardeng, ketong,
Dimasa: jaukrip,
Tai: ছান্,
1. (Abstract Noun) [a] a power to affect persons or events;
[b] effect (esp. on the mind or feelings), notion or belief (esp. vague or mistaken), imitation of a person or sound, esp. as entertainment.
(ক) মানুহ বা ঘটনাক প্ৰভাৱিত কৰিব পৰা এক শক্তি, (খ) কাৰ্য্যফল (বিশেষকৈ মন বা অনুভূতিৰ ওপৰত), ধাৰণা বা বিশ্বাস (বিশেষকৈ অমূলক বা ভ্ৰান্তিমূলক), কোনো লোক বা শব্দৰ অনুকৰণ, বিশেষকৈ আমোদৰ অংশ হিছাপে৷
(ক) মানুহ বা ঘটনাক প্ৰভাৱিত কৰিব পৰা এক শক্তি, (খ) কাৰ্য্যফল (বিশেষকৈ মন বা অনুভূতিৰ ওপৰত), ধাৰণা বা বিশ্বাস (বিশেষকৈ অমূলক বা ভ্ৰান্তিমূলক), কোনো লোক বা শব্দৰ অনুকৰণ, বিশেষকৈ আমোদৰ অংশ হিছাপে৷
2. (Verb-Trans.) To come into contact with force.
কিহবাৰ সৈতে জোৰেৰে সংস্পৰ্শ হোৱা।
কিহবাৰ সৈতে জোৰেৰে সংস্পৰ্শ হোৱা।
Assamese: খুন্দা খা, খুন্দা মাৰ্, খুন্দিয়া, ঠেকা খা, সংঘৰ্ষ ঘট্,
Mising: demke, tup,
Meeteilon: theenba,
Karbi: ardeng, ketong,
Dimasa: jaukrip,
Tai: ছান্,
3. (Abstract Noun) a phenomenon that follows and is caused by some previous phenomenon.
পূৰ্বৰ কোনো পৰিঘটনাৰ ফলস্বৰূপে পিছত হোৱা এক পৰিঘটনা।
পূৰ্বৰ কোনো পৰিঘটনাৰ ফলস্বৰূপে পিছত হোৱা এক পৰিঘটনা।