leucocyteleucoplastid

leucoplast (English) [ IPA: ˈluːkəˌplæst ASM: লিউকোপ্লাষ্ট]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-01-11
1. Biology(Material Noun-Neuter) any of the small colourless bodies occurring in the cytoplasm of plant cells and used for storing food material, esp starch ঘাইকৈ মাটিৰ তলত থকা শিপা আৰু মৃদগত কাণ্ডৰ কোষ, আৰু কাণ্ডৰ সঞ্চয় কলাত থকা শেঁতা বৰণৰ এবিধ কণা, য’ত শ্বেতসাৰ সঞ্চিত হৈ থাকে ৷