liberatorlibertine

libertarian (English) [ IPA: ˌlɪbərˈteriːən ASM: লিবাৰটাৰিয়ান]
Contributed by: Bikram M Baruah on 2012-02-05
1. Political Science(Common Noun-Common) a believer in freedom of thought, expression, etc; an advocate of libertarianism, a political ideology that holds that the modernist project is fulfilled by individual dominance over the state formation. মুক্ত চিন্তা, মুক্ত প্ৰকাশ আদিৰ পোষকতা কৰা ব্যক্তি; মুক্তবাদিতাত বিশ্বাস ৰখা লোক, যি আদৰ্শই বিশ্বাস কৰে যে মুক্ত বিকাশৰ বাবে ৰাষ্ট্ৰতকৈ ব্যক্তিৰ ক্ষমতা বেছি প্ৰয়োজনীয় ৷